• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাফিয়াৰ তোষামোদকাৰী আয়ুষ্মান খুৰানা! কিয় কংগনাৰ এই বিস্ফোৰণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2020 9:32 am
kangana Ranauat and Ayushman Khurana
359
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ শেহতীয়া আভ্যন্তৰীণ যুঁজখনত এইবাৰ টীম কংগনা ৰানাৱটৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অভিনেতা আয়ুষ্মান খুৰানা।

কংগনাৰ আক্ৰমণৰ পৰা সাৰি যোৱা নাই ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনো।

বলীউদৰ এগৰাকী স্বয়ম্ভু সমালোচক কেআৰকে’ৰ টুইট শ্বেয়াৰ কৰি ‘বহিৰাগত’ আয়ুষ্মান খুৰানাক ‘চলচ্চিত্ৰ মাফিয়াৰ তোষামোদকাৰী’ বুলি অভিহিত কৰিছে টীম কংগনাই।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছৰে পৰা বলীউদৰ ‘চলচ্চিত্ৰ মাফিয়া’ৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে কংগনা ৰানাৱটে।

নেপ’টিজমক লৈ আৰম্ভ হোৱা কংগনাৰ এই অভিযানত বলীউদৰ বহু তাৰকাৰ বিৰুদ্ধে মুকলিকৈ মুখ খুলিছে ‘সাহসী’ অভিনেত্ৰীগৰাকীয়ে।

কৰণ জোহৰ, আলিয়া ভাট, অনুৰাগ কাশ্যপ, তাপসী পান্নু, স্বৰা ভাস্কৰকে ধৰি বহুতৰে সৈতে ছছিয়েল মিডিয়াত ভৰ্চুৱেল বাকযুদ্ধত অৱতীৰ্ণ হৈছে কংগনা।

পিচে, এইবাৰ কংগনাৰ লক্ষ্য হৈ পৰিল আয়ুষ্মান খুৰানা।

কেআৰকেই তেওঁৰ টুইটত লিখিছিল,’’ অয়ুষ্মানে ৰিয়া আৰু নেপ’ কিড’ৰ পক্ষ লোৱাৰ তিনিটা কাৰণ আছে। বলীউদত তিকি থাকিবলৈ তথা যশ ৰাজৰ বেনাৰত অভিনয় কৰিবলৈ আৰু তৃতীয়তে সুশান্ত আছিল তেওঁৰ প্ৰতিদ্বন্দ্বী।‘’

এই টুইট শ্বেয়াৰ কৰি কংগনাই আয়ুষ্মানক চলচ্চিত্ৰ মাফিয়াৰ বহিৰাগত তোষামোদকাৰী বুলি অভিহিত কৰে।

ইয়াৰ পূৰ্বে টুইটত কংগনাই ৰণবীৰ কাপুৰত ‘চিৰিয়েল স্কাৰ্ট চেজাৰ’ আৰু দীপিকাক স্বঘোষিত মানসিক ৰোগী বুলিও কটাক্ষ কৰে।

সুশান্তৰ মৃত্যুৰ পাছতে নেপ’টিজমৰ বিভিন্ন বিষয়কলৈ বলীউদত জোকাৰণি তোলা কংগনা ৰানাৱটে নিতৌ নতুন নতুন অভিযোগ আনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd