• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদী ভগৱান ৰামৰ অংশ! মোদী বন্দনাত মুখৰ ‘সৈনিক’ কংগনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 9:08 pm
Kangana Ranaut Modi
993
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘসময় ধৰি ৰাজনৈতিক বিষয়ত মন্তব্য প্ৰকাশ কৰি ৰাজনীতিত প্ৰৱেশৰ ইংগিত দি থকা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে অৱশেষত চৰ্চা চলি থকাৰ দৰেই প্ৰৱেশ ঘটালে ৰাজনীতিত।

আগন্তুক লোকসভা নিৰ্বাচনত কংগনা ৰাণাৱট বিজেপি প্ৰাৰ্থী হিচাপে হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা অৱতীৰ্ণ হ’ব। ৰাজনীতিৰ পথাৰত নৱাগত হ’লেও কংগনা ৰাণাৱটে অৱশ্যে বিজেপি বা মোদী অনুগামী হিচাপে বহু দিনৰ পৰাই চিনাকি দি আহিছে।

বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ আহিছে কংগনা। পিছে ৰাজনীতিত ভৰি দিয়াৰ পিছত এই প্ৰশংসা তীব্ৰতৰ হৈ পৰিছে কংগনাৰ মুখত। এইবাৰ কংগনাই প্ৰধানমন্ত্ৰী মোদীক ভগৱান ৰামৰ অংশ বুলি অভিহিত কৰিছে।

মণ্ডীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগনা ৰানাৱটে মোদী সন্দৰ্ভত এই মন্তব্য কৰিছে। কংগনাই কয়, “আজি মই ইয়াত নৰেন্দ্ৰ মোদীৰ এম্বেছাদৰ হিচাপে আছো। মোৰ বাবে আপোনাৰ প্ৰতিটো ভোট প্ৰধানমন্ত্ৰীৰ বাবে আশীৰ্বাদ হ’ব।”

ৰাম মন্দিৰৰ প্ৰসংগ টানি কংগনাই লগতে কয় যে যোৱা ৫০০ বছৰ ধৰি নোহোৱাকৈ হৈ থকা কামটো নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতহে সম্ভৱ হৈ উঠিছে। কংগনাৰ মতে, যেতিয়া মোদী প্ৰধানমন্ত্ৰীৰ আসনত থাকে তেতিয়া ইমান বছৰৰ অপেক্ষা ৰামৰ কৃপাত শেষ হৈ যায়।

মোদীৰ কাৰ্যকালত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি দোহাই দি মোদীৰ মাজত ভগৱান শ্ৰীৰামচন্দ্ৰৰ এটা অংশ দেখিছো বুলি মন্তব্য কৰে কংগনাই। নিজকে মোদীৰ সৈনিক বুলি উল্লেখ কৰি তেওঁ লগতে ৰাম সেতু নিৰ্মাণত অংশগ্ৰহণ কৰা কেৰ্কেটুৱা বুলি পৰিচয় দিয়ে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd