• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিডত আক্ৰান্ত হোৱাৰ এবছৰৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ‘বেবী ডল’ কণিকা কাপুৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 12:30 pm
760
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় নেপথ্য গায়িকা কণিকা কাপুৰৰ নাম বাতৰিৰ শিৰোনামা আহিছিল ২০২০ চনৰ প্ৰথমভাগত।

তেওঁ যোৱা বৰ্ষৰ ২০ মাৰ্চত তেওঁৰ কভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এগৰাকী চেলিব্ৰেটী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰটোৱে সেইসময়ৰ মহামাৰী বিয়পাৰ প্ৰথম পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল।

কিন্তু ক’ভিড-১৯ আক্ৰান্ত হ’লেও সেই সময়ত তেওঁ সুস্থ হৈ উঠিবলৈ গায়িকগৰাকীক কোনেও শুভেচ্ছা জনোৱা নাছিল।

তাৰ বিপৰীতে, তেওঁলৈ ঘৃণা আৰু নিন্দাজনক বাৰ্তা প্ৰেৰণ কৰা হৈছিল।

কৰোণাভাইৰাছ আৰু ঘৃণাৰ স’তে যুঁজি আৰোগ্য লাভ কৰাৰ এবছৰ পাছত গায়িকাগৰাকীয়ে সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ খুলিছে।

তেওঁ কয় যে তেওঁক লৈ যি ঘৃণাৰ পৰিৱেশ সৃষ্টি হৈছিল, ই তেওঁৰ বাবে ইমানেই গধুৰ আছিল আছিল যে তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

”সেয়া মোৰ বাবে সঁচাকৈ কঠিন আছিল।”- গায়িকাগৰাকীয়ে কয়।

”মই সামাজিক মাধ্যমৰ পৰা আঁতৰি আহিছিলো কাৰণ মই ইয়াক চম্ভালিব নোৱাৰিছিলো। এই মানসিকতাৰ পৰা পৰিত্ৰাণ পাবলৈ মোক এটা বছৰ লাগিল।”- গায়িকগৰাকীয়ে কয়।

উল্লেখযোগ্য ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে গায়িকাগৰাকীৰ ওপৰত কেইবাটাও গোচৰ আৰোপ কৰা হৈছিল।

ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৯ (দুৰাৰোগ্য বেমাৰ সোঁচৰোৱাৰ অপৰাধ), ২৭০ (দুৰাৰোগ্য বেমাৰ প্ৰকাশ্যে সোঁচৰোৱাৰ অপৰাধ) আৰু ১৮৮ (ৰাজহুৱা নিৰ্দেশ অমান্য) ধাৰাৰ ভিত্তিত তেওঁ গোচৰৰ সম্মুখীন হৈছিল।

৪৩ বৰ্ষীয়া গায়িকাগৰাকীয়ে বৰ্তমান সংগীত চৰ্চা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ তেওঁৰ গান ‘ছনেয়া ৱে’ আৰু ‘২ চীটাৰ কাৰ’য়ে জনপ্ৰিয়তা লাভ কৰিছে।

২০১৪ চনৰ ‘বেবী ডল’ নামৰ গানটোৰে প্ৰবল জনপ্ৰিয়তা লাভ কৰা গায়িকগৰাকীয়ে কয় যে এগৰাকী গৃহিণীৰ পৰা পপষ্টাৰ হোৱালৈকে, ভাৰতীয় সংগীত উদ্যোগত তেওঁৰ এই যাত্ৰা অভাৱনীয়।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd