• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ এৰিলে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকে

নংগি তেৰাং by নংগি তেৰাং
July 10, 2019 11:46 am
Bidya-Sing-Rongpi-750x375

বিদ্যা ছিং ৰংপিৰ ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘকাল ধৰি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সম্পাদক তথা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিদ্যাছিং ৰংপিয়ে মঙলবাৰে দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে।

জিলা কংগ্ৰেছৰ সভাপতি বীৰেণছিং ইংতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰংপিয়ে কয় যে ব্যক্তিগত আৰু ঘৰুৱা সমস্যাৰ বাবে তেওঁ দলত আৰু সেৱা আগবঢ়াবলৈ সক্ষম নহয়, সেয়ে দলৰ সকলো পদ আৰু সদস্যৰ পৰা পদত্যাগ কৰিছে।

উল্লেখযোগ্য যে কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰা অনুসৰি ৰংপিয়ে বিজেপিত যোগদান কৰাৰ উদ্দেশ্যেই কংগ্ৰেছ দল ত্যাগ কৰিছে। অৱশ্যে ৰংপিয়ে এনেবোৰ কথাৰ কোনো সত্য সত্যতা নাই বুলি মন্তব্য কৰিছে।

তদুপৰি দলটোৰ ভাতৃ সংগঠনৰ আন কেইবাগৰাকী নেতায়ো অতি শীঘ্ৰে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে।

মন কৰিব লগীয়া যে লোকসভা নিৰ্বাচনৰ আগে পিছে কাৰ্বি আংলং কংগ্ৰেছৰ বহু কেইজন শীৰ্ষ পৰ্যায়ৰ নেতা তথা কৰ্মীয়ে দলত্যাগ কৰা পৰিলক্ষিত হৈছে। আগন্তুক দিনতো যদি এনেদৰে দল ত্যাগ কাৰ্য অব্যাহত থাকে তেন্তে জিলাখনত কংগ্ৰেছৰ বাবে ২০২১ বিধান সভা যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd