• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ পিছত এইবাৰ কৰ্ণাটকত নিষিদ্ধ হ’ল নৱবৰ্ষৰ অনুষ্ঠান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 23, 2021 7:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশবাসীৰ আনন্দ-উচাহত এতিয়া হেঙাৰ হৈ থিয় দিছে কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে।

দেশত ২১৩ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ পিছত কেইবা খনো ৰাজ্যই বৰদিন আৰু নৱবৰ্ষৰ অনুষ্ঠান নিষিদ্ধ কৰিবলৈ বাধ্য হৈছে।

দিল্লীয়ে বৰদিন আৰু নৱবৰ্ষৰ অনুষ্ঠান বাতিল কৰাৰ পিছতো কৰ্ণাটকৰ চৰকাৰেও নৱবৰ্ষৰ অনুষ্ঠান নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে প্ৰকাশ কৰা মতে ৰাজ্য খনত ৩০ ডিচেম্বৰৰ পৰা ২০২২ চনৰ ২ জানুৱাৰী পৰ্যন্ত সকলো ধৰণৰ সাংস্তৃতিক অনুষ্ঠান নিষিদ্ধ কৰা হৈছে।

এই সময়ছোৱাত হোটেল, বাৰ আদিতো কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব। বৰদিনৰ দিনাও কোনো সাংস্কৃতিক অনুষ্ঠান কৰিব পৰা নাযাব।

জনতাই কেৱল সামাজিক দূৰত্ব মানি গীৰ্জালৈ গৈ প্ৰাৰ্থনা জনাব পাৰিব।

উল্লেখ্য দেশত এতিয়া কোভিডৰ নতুন প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰিছে।

ৰাজধানী চহৰ নতুন দিল্লীতো কোভিডৰ নতুন ভাইৰাছ অমিক্ৰনে নতুন বিপদ মাতি আনিছে।

দিল্লীত অমিক্ৰকনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে দিল্লীৰ চৰকাৰে চহৰ খনত বৰদিন আৰু নৱবৰ্ষৰ সকলো অনুষ্ঠান নিষিদ্ধ কৰিছে।

বৰদিন আৰু নৱবৰ্ষৰ অনুষ্ঠানত বহু সংখ্যক লোক সমৱেত হোৱাৰ ফলত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰিয়েই এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দিল্লী আৰক্ষীৰ লগতে সংশ্লিষ্ট বিভাগ সমূহে এই নিষেধাজ্ঞা কঠোৰ ভাবে মানি চলিবলৈ চহৰবাসীক আহ্বান জনাইছে।

নিষেধাজ্ঞা উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ নামত দিল্লীত কোনো ধৰণৰ পাৰ্টী, সাংস্কৃতিক সন্ধিয়া আদি আনুষ্ঠিত কৰিব নোৱাৰিব।

উল্লেখ্য দিল্লীত আজি অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৭ গৰাকী হৈছেগৈ।

কোভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত দিল্লীত কোভিড ৰোগীসকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল।

সেই সময়ত আনকি দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছিল। ফলত বহু ৰোগীৰ মৃত্যু ঘটিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd