• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দাবী নে ভৱিষ্যতবাণী! ত্ৰিৰংগ পতাকাৰ ঠাই ল’ব হিন্দুত্ববাদীৰ গেৰুৱা পতাকাই! ক’লে বিজেপিৰ মন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2022 7:17 pm
saffron flag might become the national flag
227
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ তিনিবৰণীয়া জাতীয় পতাকা আতৰোৱা হ’ব। তাৰ সলনি দেশৰ জাতীয় পতাকা হিচাপে গণ্য কৰা হ’ব হিন্দুত্ববাদীসকলৰ গেৰুৱা পতাকা!

এইধৰণে এটা মন্তব্য কৰিছে কৰ্ণাটকৰ গ্ৰাম্যোন্নয়ন আৰু পঞ্চায়তৰাজ মন্ত্ৰী কে এছ এশ্বৰাপ্পাই।

মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাম মন্দিৰক লৈ এসময়ত মানুহে কৌতুক কৰিছিল। কিন্তু এতিয়া অযোধ্যাত সেয়া সাজি থকা হৈছে।

সেইদৰে অহা ১০০ বা ২০০ বা ৫০০ বছৰৰ ভিতৰত ভাৰতৰ জাতীয় পতাকাখনো গেৰুৱা হৈ পৰিব।

শ শ বছৰৰ আগতে শ্ৰী ৰাম চন্দ্ৰ আৰু হনুমানৰ ৰথত গেৰুৱা পতাকা আছিল। মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে তেতিয়া কি আমাৰ দেশত তিনিবৰণীয়া পতাকাখন আছিল নেকি?

উল্লেখযোগ্য যে বিজেপিশাসিত ৰাজ্যখনত শেহতীয়াকৈ উদ্ভৱ হোৱা হিজাব বিতৰ্কই দেশজুৰি তোলপাৰ লগাই আছে।

তাৰ মাজতে মন্ত্ৰীগৰাকীয়ে দেশৰ জাতীয় পতাকাক লৈ কৰা অপমানসূচক এই মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd