• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ণাটকৰ বিধায়ক এইচ ডি ৰেভান্নাক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2024 5:55 pm
173
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাক আদালতে অপহৰণৰ গোচৰত ১৪ মে’লৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এইচ ডি ৰেভান্নাই পুত্ৰ প্ৰাজ্জ্বল ৰেভান্নাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী মহিলাক অপহৰণ কৰাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে।

বিধায়কগৰাকীৰ পুত্ৰ তথা সাংসদ প্ৰাজ্জ্বল ৰেভান্নাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন কৰি পুত্ৰৰ অভিযোগৰ ভিত্তিত এগৰাকী মহিলাক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাছত বিশেষ তদন্তকাৰী দলৰ জিম্মাত আছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd