• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ আনুষ্ঠানিক ঘোষণা

উত্তম শইকীয়া by উত্তম শইকীয়া
September 3, 2020 7:13 pm
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ আনুষ্ঠানিক ঘোষণা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ ৬ টা সংযোজনৰ পাচত অসম চৰকাৰে আজি আৰু তিনিটা সংযোজনৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

চৰকাৰী ঘোষণা অনুসৰী নগাঁও জিলাৰ দেওঁচূড় আৰু পালখোৱাৰ লগতে দেওঁচূড় পাহাৰৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মুঠ ১৭৬ হেক্টৰক কাজিৰঙাৰ সপ্তম সংযোজন এলেকা হিচাবে ঘোষণা কৰা হয় ৷

একেদৰে নগাঁও জিলাৰে বান্দৰডুবি অঞ্চলৰ মুঠ ৩০৭ হেক্টৰ ভূমিক কাজিৰঙাৰ অষ্টম সংযোজন আৰু শোণিতপুৰ জিলাৰ মৌখোৱা চাপৰিৰ মুঠ ২৫৭০ হেক্টৰ ভুমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷ 

উল্লেখ যোগ্য যে, সদ্য ঘোষিত কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন এলেকাত ২০১৬ চনৰ ১৯ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে চলোৱা উচ্চেদ অভিযানত অঞ্চলটোৰ পৰা মুঠ ৩৩২ টা পৰিয়ালক উচ্চেদ কৰা হৈছিল ৷ ইয়াৰে  নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত বান্দৰডুবিৰ ২০৬ টা, দেওঁচুড় চাঙৰ ১১৪ টা আৰু পালখােৱাৰ ১২ টা পৰিয়ালক এই অঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল । 

এই উচ্চেদিত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ বাবে মুঠ ২২,৮৪ লাখ টকাৰ ক্ষতিপুৰণৰ প্রস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ৷

ইতিমধ্যে বান্দৰড়ুবি আৰু পালখােৱাৰ পট্টাভুক্ত মাটিৰ পৰা উচ্ছেদিত হােৱা লােক সকলক ১৪.৭১ কোটিৰো অধিক টকাৰ  ক্ষতিপুৰণ হিচাব অসম চৰকাৰে আৱন্তন দিয়া বুলি বিধানসভাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে ঘোষণা কৰিছিল ৷

 কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন হিচাবে ঘোষিত কলিয়াবৰ মহকুমাৰ দেওঁচূড় আৰু পালখোৱা অঞ্চল সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ আৱাস হিচাবে গঢ়ি উঠাৰ  লগতে কাজিৰঙাৰ পৰ্যটনৰ বাবেও অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

একেদৰে শোণিতপুৰৰ মৌখোৱা অঞ্চলো ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে অতিগুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd