• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ ৰাহুল- অক্সৰ পেটেল, দললৈ আমন্ত্ৰণ হুদা আৰু গাইকোৱাডক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2022 8:59 pm
India T-20 squad against West Indies
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত এদিনীয়া শৃংখলাৰ পিছতেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাগ ল’বলগীয়া আগন্তুক টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে ভাৰতীয় ক্ৰিকেটাৰদ্বয় কে এল ৰাহুল আৰু অক্সৰ পেটেল।

এই দুই ক্ৰিকেটাৰৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে ৰুতুৰাজ গাইকোৱাড আৰু দীপক হুডাক। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) আজি সন্ধিয়া এক প্ৰেছ বিজ্ঞপ্তিত এই ঘোষণা কৰে।

“সহ-অধিনায়ক কে এল ৰাহুল আৰু অলৰাউণ্ডাৰ অক্সৰ পেটেলক ১৬ ফেব্ৰুৱাৰীৰ পৰা কলকাতাত অনুষ্ঠিত হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক তিনিখন খেলৰ টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে।” বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিত কয়।

“৯ ফেব্ৰুৱাৰীত দ্বিতীয় এদিনীয়াত ফিল্ডিং কৰাৰ সময়ত ৰাহুলে হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। আনহাতে অলপতে ক’ভিড-১৯ ৰ পৰা আৰোগ্য হোৱাৰ পিছত অক্সৰে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ ক্ষেত্ৰত অন্তিম পৰ্যায়ত আছে। তেওঁলোকে এতিয়া ফিটনেছৰ উত্তৰণৰ বাবে বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ যাব।” বিজ্ঞপ্তিত লগতে যোগ দিয়া হৈছে।

“সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে ৰুতুৰাজ গাইকোৱাড আৰু দীপক হুডাক তেওঁলোকৰ স্থানত দলত অন্তৰ্ভূক্ত কৰিছে।”- বিবৃতিত এইদৰে উল্লেখ কৰে।

চলিত দ্বিপাক্ষিক শৃংখলাৰ অংশ হিচাপে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন টি-২০ খেলিব। আহমেদাবাদত আজি এদিনীয়া শৃংখলা সম্পূৰ্ণ হোৱাৰ পিছত তিনিখন খেলৰ টি-২০ শৃংখলাৰ বাবে দুয়োটা দল কলকাতালৈ যাব।

তিনিখন খেল ১৬, ১৮ আৰু ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

ভাৰতে ইতিমধ্যে তিনিওখন খেলতে জয়ী হৈ এদিনীয়া শৃংখলা দখল কৰিছে।

ভাৰতৰ টি-২০ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষণ, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্য কুমাৰ যাদৱ, ঋষভ পন্ত (উইকেট-ৰক্ষক), ভেঙ্কটেশ আয়াৰ, দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ, যুজবেন্দ্ৰ চাহাল, ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ, ভুৱনেশ্বৰ কুমাৰ, আভেশ খান, হৰ্ষল পেটেল, ৰুতুৰাজ গাইকৱাড, দীপক হুডা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd