• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Knee Pain Remedy: অসহ্য আঁঠুৰ বিষ? ঘৰত থকা এই ৪ টা বস্তুৱে এসপ্তাহতে দিব সকাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 7:40 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6.4k
VIEWS
Share on FacebookShare on Twitter

আঁঠুৰ বিষত ভুগি থকা লোকসকলেহে এই সমস্যা কিমান যন্ত্ৰণাদায়ক সেই কথা বুজি পায়। আঁঠুৰ বিষৰ বাবে খোজ কঢ়াতো অসুবিধা হয়। এই আঁঠুৰ বিষৰ বাবে বিভিন্ন কাৰক দায়ী। কোনো কোনো লোকৰ আঁঠুকে ধৰি গাঁঠিবোৰ বয়সৰ বাবে ভাঙি যায়, আন কিছুমানৰ আঘাত বা আন স্বাস্থ্যজনিত সমস্যাৰ বাবে আঁঠুৰ বিষ হয়। কাৰণ যিয়েই নহওক কিয়, এবাৰ আঁঠুৰ বিষ আৰম্ভ হ’লে দৈনন্দিন কাম-কাজ কৰাটো কঠিন হৈ পাৰে।

যদি আপোনাৰ ঘৰৰ কোনোবাই আঁঠুৰ বিষত ভুগিছে ​​তেন্তে ঘৰৰ কিছুমান সামগ্ৰীৰ সহায়ত এই সমস্যাৰ পৰা মুক্তি পাব পাৰি। আঁঠুৰ বিষ নিৰাময়ৰ চাৰিটা ফলপ্ৰসূ ঘৰুৱা উপায়ৰ বিষয়ে জানি লওঁক। এবাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে ঔষধ নোখোৱাকৈ আঁঠুৰ বিষ আৰু ফুলা নাইকিয়া হৈ যাব।

আঁঠুৰ বিষৰ পৰা উপশম পোৱা ৪টা বস্তু

১. আদাত প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। ই প্ৰদাহ কমোৱাত সহায় কৰে। আঁঠুৰ বিষ হোৱা সকলে আদাৰ চাহ খাব লাগে বা আদাৰ পেষ্ট বনাই বিষ হোৱা ঠাইত লগাব লাগে।

২. হালধীত কাৰকিউমিন থাকে। হালধী এক শক্তিশালী এন্টিঅক্সিডেন্ট। আঁঠুৰ বিষ হ’লে হালধীৰ লগত গাখীৰ মিহলাই খাওক বা কুহুম পানীৰ লগত হালধী মিহলাই পেষ্ট বনাব লাগে আৰু নিয়মিতভাৱে আঁঠুত লগাব লাগে।

৩. ৰন্ধা-বঢ়াত উপযোগী ভিনেগাৰৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণো আছে। গৰম পানীত ভিনেগাৰ মিহলাই খালে গাঁঠিৰ বিষ নাইকিয়া হৈ যাব।

৪. যদি আঁঠুত বহুত বিষ আৰু ফুলা থাকে তেন্তে বৰফ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব পাৰি। ইয়াৰ বাবে এখন কাপোৰত বৰফ লৈ বিষ হোৱা ঠাইত ১৫ মিনিটৰ বাবে লগাব লাগে। বৰফৰ পেকে বিষৰ পৰা উপশম দিয়ে। 

Recent News

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd