• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঔষধ অবিহনেই কমি যাব ফেটি লিভাৰ; মাত্ৰ অনুসৰণ কৰক এই ৪ টা উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 9:51 am
267
VIEWS
Share on FacebookShare on Twitter

ফুড এপটো খুলিলেই আপুনি নিমিষতে আপোনাৰ পছন্দৰ খাদ্য অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও চুবুৰীৰ চুক-কোণে ফাষ্ট ফুডৰ দোকান। সুস্বাদু খাদ্য খোৱাৰ বাবে এতিয়া উপায় বহুত। কিন্তু আপুনি লক্ষ্য কৰিছেনে যে এই সুস্বাদু খাদ্যই ক্ৰমান্বয়ে ৰোগৰ আশংকা বঢ়াই তুলিছে?

অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে ফেটি লিভাৰৰ সমস্যা বৃদ্ধি পায়। ইয়াক নন-এলকহলিক ফেটি লিভাৰ বুলিও কোৱা হয়। ইয়াৰ লগত মেদবহুলতা, টাইপ ২ ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপ আদিও দেখা দিয়ে।

যদি সময়মতে ফেটি লিভাৰ ৰোগ নিয়ন্ত্ৰিত নহয় তেন্তে লিভাৰ চিৰ’ছিছ আৰু লিভাৰ বিকল হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ফেটি লিভাৰ সমস্যাৰ প্ৰাৰম্ভিক অৱস্থাত সহজে চিকিৎসা কৰিব পাৰি। তাকো, ঘৰুৱা প্ৰতিকাৰ অনুসৰণ কৰিয়েই। ইয়াৰ দ্বাৰা আপোনাৰ ওজন কমোৱাত সহায়ক হ’ব আৰু অন্যান্য শাৰীৰিক জটিলতাৰ পৰা হাত সাৰিব পাৰিব।

শৰীৰ চৰ্চাঃ

ব্যায়ামৰ কোনো বিকল্প নাই। ফেটি লিভাৰ, উচ্চ কলেষ্টেৰল, মেদবহুলতা বা টাইপ ২ ডায়েবেটিছৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। আৰু এই ক্ষেত্ৰত প্ৰতিদিনে শৰীৰ চৰ্চা কৰিবই লাগিব।

খাদ্যাভ্যাসত গুৰুত্ব দিয়কঃ

খাদ্যৰ পৰিৱৰ্তন নকৰাকৈ ফেটি লিভাৰৰ পৰা মুক্তি পোৱা সম্ভৱ নহয়। প্ৰথমতে জাংক ফুডৰ পৰা আঁতৰি থকা উচিত। তদুপৰি শাক-পাচলি, ফল-মূল, দাইল, গোটাশস্য আদি বেছিকৈ খাব লাগে। উদ্ভিদজ খাদ্য লিভাৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

কফি খাব পাৰেঃ

লিভাৰৰ স্বাস্থ্য উন্নত কৰিবলৈ কফি খাব পাৰে। যকৃতৰ প্ৰদাহ কমোৱাত কফি উপযোগী। কিন্তু বেছিকৈ কফি খোৱা উচিত নহয়। দিনটোত তিনিকাপ কফি খাব পাৰে। সেইটোও গাখীৰ আৰু চেনি নোহোৱাকৈ।

চেনি পৰিহাৰ কৰকঃ

যদি আপুনি ফেটি লিভাৰ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে তেন্তে জাংক ফুড খাব নালাগে। তেলত ভজা যিমানেই এৰাই চলিব সিমানেই ভাল। লগতে চেনি থকা খাদ্য আৰু পানীয় পৰিহাৰ কৰিব লাগে। চেনিৰ ফলত ফেটি লিভাৰকে ধৰি একাধিক ৰোগৰ আশংকা থাকে।

Recent News

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd