• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঔষধ অবিহনেই কমি যাব ফেটি লিভাৰ; মাত্ৰ অনুসৰণ কৰক এই ৪ টা উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 9:51 am
266
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুড এপটো খুলিলেই আপুনি নিমিষতে আপোনাৰ পছন্দৰ খাদ্য অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও চুবুৰীৰ চুক-কোণে ফাষ্ট ফুডৰ দোকান। সুস্বাদু খাদ্য খোৱাৰ বাবে এতিয়া উপায় বহুত। কিন্তু আপুনি লক্ষ্য কৰিছেনে যে এই সুস্বাদু খাদ্যই ক্ৰমান্বয়ে ৰোগৰ আশংকা বঢ়াই তুলিছে?

অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে ফেটি লিভাৰৰ সমস্যা বৃদ্ধি পায়। ইয়াক নন-এলকহলিক ফেটি লিভাৰ বুলিও কোৱা হয়। ইয়াৰ লগত মেদবহুলতা, টাইপ ২ ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপ আদিও দেখা দিয়ে।

Apply Now

যদি সময়মতে ফেটি লিভাৰ ৰোগ নিয়ন্ত্ৰিত নহয় তেন্তে লিভাৰ চিৰ’ছিছ আৰু লিভাৰ বিকল হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ফেটি লিভাৰ সমস্যাৰ প্ৰাৰম্ভিক অৱস্থাত সহজে চিকিৎসা কৰিব পাৰি। তাকো, ঘৰুৱা প্ৰতিকাৰ অনুসৰণ কৰিয়েই। ইয়াৰ দ্বাৰা আপোনাৰ ওজন কমোৱাত সহায়ক হ’ব আৰু অন্যান্য শাৰীৰিক জটিলতাৰ পৰা হাত সাৰিব পাৰিব।

শৰীৰ চৰ্চাঃ

ব্যায়ামৰ কোনো বিকল্প নাই। ফেটি লিভাৰ, উচ্চ কলেষ্টেৰল, মেদবহুলতা বা টাইপ ২ ডায়েবেটিছৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। আৰু এই ক্ষেত্ৰত প্ৰতিদিনে শৰীৰ চৰ্চা কৰিবই লাগিব।

খাদ্যাভ্যাসত গুৰুত্ব দিয়কঃ

খাদ্যৰ পৰিৱৰ্তন নকৰাকৈ ফেটি লিভাৰৰ পৰা মুক্তি পোৱা সম্ভৱ নহয়। প্ৰথমতে জাংক ফুডৰ পৰা আঁতৰি থকা উচিত। তদুপৰি শাক-পাচলি, ফল-মূল, দাইল, গোটাশস্য আদি বেছিকৈ খাব লাগে। উদ্ভিদজ খাদ্য লিভাৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

কফি খাব পাৰেঃ

লিভাৰৰ স্বাস্থ্য উন্নত কৰিবলৈ কফি খাব পাৰে। যকৃতৰ প্ৰদাহ কমোৱাত কফি উপযোগী। কিন্তু বেছিকৈ কফি খোৱা উচিত নহয়। দিনটোত তিনিকাপ কফি খাব পাৰে। সেইটোও গাখীৰ আৰু চেনি নোহোৱাকৈ।

চেনি পৰিহাৰ কৰকঃ

যদি আপুনি ফেটি লিভাৰ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে তেন্তে জাংক ফুড খাব নালাগে। তেলত ভজা যিমানেই এৰাই চলিব সিমানেই ভাল। লগতে চেনি থকা খাদ্য আৰু পানীয় পৰিহাৰ কৰিব লাগে। চেনিৰ ফলত ফেটি লিভাৰকে ধৰি একাধিক ৰোগৰ আশংকা থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd