• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিঙৰা নাথাকিলে আড্ডা নজমে! পিছে জানেনে ইয়াৰ ইংৰাজী নাম? ৯৯% মানুহে নাজানে উত্তৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2024 12:42 pm
চিঙৰা নাথাকিলে আড্ডা নজমে! পিছে জানেনে ইয়াৰ ইংৰাজী নাম? ৯৯% মানুহে নাজানে উত্তৰ!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিঙৰাৰ সৈতে একাপ চাহ লৈ বহি আড্ডা মৰাৰ মজাটোৱে সুকীয়া। সৰহসংখ্যক লোতেই চিঙৰা খাই ভাল পায়। এই বাৰিষা গৰম তেলত ভজা মচমচীয়া চিঙৰা (চিংৰা) খাবলৈ কোনেনো ভাল নাপায়! বিশেষকৈ খাদ্যপ্ৰেমীসকলৰ বাবে চিঙৰাৰ দৰে সুস্বাদু খাদ্যৰ ব্যাপক চাহিদা আছে।

অসমত আমি যিটোক চিঙৰা বুলি কওঁ, হিন্দীত তাক চামোছা বুলি কোৱা হয়। কিন্তু সোৱাদৰ ফালৰ পৰা এই চিঙৰাৰ জুতি অনন্য।

কিন্তু চামোছা আৰু চিঙৰা সাইলাখ একে নহয়। চিঙৰা আৰু চামোছা খাবলৈ বহুতেই বেলেগ। অৱশ্যে এই বিষয়টো বাৰু ইয়াত থাকক।

বহুতেই হয়তো জানে যে কেৱল আমাৰ ভাৰততেই নহয়, এই চিঙৰা আন দেশতো সমানে সোৱাদযুক্ত খাদ্য হিচাপে জনপ্ৰিয়।

আটাইতকৈ আমোদজনক কথাটো হ’ল যি চিঙৰা খাবলৈ ভাৰতীয় খাদ্যপ্ৰেমী পাগল, দৰাচলতে ই ভাৰতৰ খাদ্যই নহয়। ই আচলতে ইৰাণৰ খাদ্য।

তাত চিঙৰাক ছাম্বোছা নামেৰে জনা যায়। দূৰৈৰ মিছৰ, লিবিয়া হৈ এই খাদ্য এছিয়ালৈ আহিছিল। বিশেষজ্ঞসকলে কয় যে মোগলৰ হাত ধৰিয়েই এই খাদ্য ভাৰতলৈ আহিছিল।

এতিয়া চিঙৰাৰ ভিতৰত বাদামৰ সৈতে আলু ভৰোৱাই পৰিবেশন কৰা হয় যদিও আগতে চিঙৰাৰ ভিতৰত কিমা মাংস ব্যৱহাৰ কৰা হৈছিল।

আপুনি জানি আচৰিত হ’ব যে চিঙৰা সুস্বাদু খাদ্য হিচাপে ইমানেই জনপ্ৰিয় যে এই চিঙৰাৰ বাবে এটা দিন উছৰ্গা কৰা হৈছে। সেয়েহে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত বিশ্ব চামোছা দিৱস পালন কৰা হয়।

কিন্তু কোনোবাই কেতিয়াবা ভাবিছেনে হিন্দীত সকলোৰে প্ৰিয় খাদ্যৰ নাম ছামোছাক ইংৰাজীত কি বুলি কোৱা হয়?

আপোনাৰ প্ৰিয় চিঙৰা সম্পৰ্কে অজ্ঞাত তথ্য জনাত ক্ষতিনো কি! সেয়ে, চিঙৰাৰ ইংৰাজী নামটো জানি লওক।

আমাৰ দেশৰ আটাইতকৈ বিখ্যাত সুস্বাদু খাদ্য চিঙৰাক ইংৰাজীত ৰিছ’লে (Rissole) বুলি কোৱা হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd