• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Cabinet Decisions: অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত শুকুৰবাৰে কি কি সিদ্ধান্ত লোৱা হ’ল?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 11, 2021 7:29 am
WhatsApp Image 2021-12-11 at 6.50.56 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Cabinet Decisions শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে ঘোষণা কৰা হয়।  

কেবিনেটে জলজীৱন মিছনৰ অধীনত চলি সৰু ডাঙৰ ২৯,০০০ আঁচনিত ২২,০০০ লোকক ৬,৫০০ টকাকৈ আৰ্থিক অনুদান সহ নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইতিমধ্যে কৰ্মৰত অবৈতনিক শ্ৰমিক তথা ভূমিদাতা সকলো এই সিদ্ধান্তৰ আওতালৈ আহিব।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পুঁজি সমূহ পঞ্চায়ত পৰ্য্যায়লৈ স্থানান্তৰ কৰি পানী যোগান  আঁচনিসমূহৰ বৈদ্যুতিক বিল আৰু পৰিশ্ৰমিক টাইড ফাণ্ডৰ পৰা যোগান ধৰা হব।

Also Read: Sex Racket Busted: দেহ ব্যৱসায় চক্ৰ উৎখাত; উদ্ধাৰ কৰা পাঁচগৰাকীৰ ভিতৰত আছে নাবালিকাও

কেবিনেটে কিছুদিন পূৰ্বে মাজুলীত সংঘটিত হোৱা শোকবহ নাওঁ দুৰ্ঘটনাত মৃত্যু হোৱা নাওঁবৈছাৰ স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক শিক্ষা বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে, ৰঙাচহী মহাবিদ্যালয়ৰ অধ্যাপিকা স্বৰ্গীয়া পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক SCERTত প্ৰবক্তা হিচাপে নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শ্বহীদ দিৱসৰ দিনটোতে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি ভৱানীপুৰত সৰুপেটাক কেন্দ্ৰস্থল হিচাপে লৈ এক সুকীয়া “ভৱানীপুৰ উন্নয়ন খণ্ড” স্থাপনৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয়।

গুৱাহাটী পৌৰ নিগম তথা অন্যান্য পৌৰ সভা সমূহৰ মহিলাৰ বাবে সংৰক্ষিত ৫০ শতাংশ  ৱাৰ্ড পূৰ্বে প্ৰত্যেক ৫ বছৰে সলনি হোৱাৰ পৰিবৰ্তে এতিয়াৰে পৰা ১০ বছৰলৈকে মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব।

Also Read: গোঁমৰ ফাঁক: ‘বেটী বাচাও, বেটী পঢ়াও’ অভিযানৰ নামত মোদী চৰকাৰৰ কেৱল বিজ্ঞাপনৰ বিলাস

অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গুৱাহাটী আই.আই.টি.ৰ বৈজ্ঞানিক প্ৰযুক্তিৰ সংযোগত প্ৰায় ৩০০কোটি টকা ব্যয়েৰে এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল স্থাপন কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

“আত্মনিৰ্ভৰ অসম” পদক্ষেপৰ অংশস্বৰূপে কেবিনেটে চৰকাৰী নিবিদাৰ ক্ষেত্ৰত অসমৰ স্থানীয় ক্ষুদ্ৰ আৰু লঘু উদ্যোগী সকলক উদগনি যোগাবলৈ বাহিৰৰ উদ্যোগতকৈ অসমৰ স্থানীয় উদ্যোগে ২০ শতাংশ অধিক মূল্যত হ’লেও অগ্ৰাধিকাৰ লাভ কৰিব।

অসমত উদ্যোগীকৰণ বৃদ্ধি কৰিবলৈ আৰু উদ্যোগ খোলা ব্যৱস্থাৰ সৰলীকৰণৰ বাবে একেজন দায়িত্বশীল বিষয়াৰ পৰাই এক মাহৰ ভিতৰত সকলো বিভাগীয় অনুমোদন লাভ কৰিব বুলি কালিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

কেবিনেটে ৮ খন জিলাত ৯ খন মডেল মহিলা কলেজৰ বাবে ২০৭.৫১ কোটি টকাৰ অনুমোদন জনায়। এই কলেজ সমূহ সোণাই, চেঙা, বটদ্ৰৱা, পশ্চিম মঙ্গলদৈ, গোলোকগঞ্জ, জলেশ্বৰ, চাপৰ, শালকোচা আৰু হাইলাকান্দি আদিত নিৰ্মাণ হব।

Also Read: বকোত অঘটন: বন বিভাগৰ গুলীয়ে প্ৰাণ ল’লে দুই বছৰীয়া শিশুৰ

ইয়াৰ লগতে আৰু ৬ চৰকাৰী মডেল কলেজৰ বাবে ১০৩.৭৩ কোটি টকাৰ অনুমোদন দিয়ে। এই কলেজ কেইখন বৰচলা, দুমডুমা, চিৰাং, ওদালগুৰি, বাক্সা আৰু মাজুলীত প্ৰতিষ্ঠা কৰা হব।

বঙাইগাঁও, শুৱালকুচি আৰু বিহালিত অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ বাবে কেবিনেটে ১৬৪.১৫ কোটি টকাৰ অনুমোদন দিয়ে। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd