• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিক হোৱাৰ সহজ কিটিপ! এই ৬টা গুণ থাকিলেই আপুনি হ’ব পাৰিব কাৰোবাৰ উপযুক্ত সংগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2024 2:19 pm
প্ৰেমিক হোৱাৰ সহজ কিটিপ! এই ৬টা গুণ থাকিলেই আপুনি হ’ব পাৰিব কাৰোবাৰ উপযুক্ত সংগী

প্ৰতিনিধিত্বমূলক ফটো।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুমান মানুহ আছে যিয়ে আনক অতি সহজে আপোন কৰি লব পাৰে। কিছুমান মানুহে সেয়া সহজে নোৱাৰে। যিসকল অতি মিলিব পৰা বা আনৰ প্ৰতি গুৰুত্ব দিয়া হয় তেওঁলোকলৈ বহুতে বন্ধুত্বৰ হাত আগবঢ়াই দিয়ে। ইয়াৰ ফলত দুয়োপক্ষৰ মাজত এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু বহুতে বুজি নাপায় যে কেনেকৈ সকলোৰে আগত নিজকে সহজে উপস্থাপন কৰিব পাৰি। যিকোনো মানুহৰ ৬টা সহজ গুণে এই ক্ষেত্ৰত সহায় কৰে। এই গুণবোৰ থাকিলে আপুনি সহজে কাৰোবাৰ সংগী বা প্ৰিয় জীৱন সংগী হ’ব পাৰিব।

দুৰ্দান্ত সংগী হোৱাৰ ৬টা সহজ গুণ:

১. ভৱিষ্যত সম্পৰ্কে কল্পনা

ভৱিষ্যতৰ সপোন দেখিব বিচাৰিলে সদায় সত্যৰ ওপৰত গুৰুত্ব দিব লাগিব। বৰ্তমানতকৈ ভৱিষ্যতৰ কথা বেছিকৈ কল্পনা কৰক। সংগীয়ে কি বিচাৰে আগতীয়াকৈ অনুভৱ কৰিব লাগিব।

২. চাপমুক্ত অনুভৱ

উপযুক্ত সংগী বিচাৰিবলৈ নিজকে চাপমুক্ত কৰি ৰাখক। যিকোনো ক্ষেত্ৰতে খৰধৰকৈ সিদ্ধান্ত ল’ব নালাগে। ফলাফলত বেছি মনোনিৱেশ কৰি নিজকে বৰ্তমানক অস্বীকাৰ নকৰিব। উপযুক্ত সংগী পোৱাৰ সম্ভাৱনা হেৰুৱাব।

৩. সম্ভাৱ্য ফলাফল

কাৰোবাক লগ পোৱাৰ আগতে বেছিকৈ নাভাবিব। তেওঁ যিদৰে আছে তেনেকৈয়ে থাকিব। আগতীয়াকৈ বেছি চিন্তা কৰিলে সম্পৰ্কটো বহু দূৰলৈ আগ নাবাঢ়িব। গতিকে আপোনাৰ সংগী যেনেকুৱা তেওঁক তেনেদৰেই  থাকিবলৈ দিয়ক।

৪. প্ৰেমত নেতৃত্ব

যিকোনো সম্পৰ্ক, প্ৰেম বা বিবাহ, দুজনৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যদি সম্পৰ্কত সোমাব বিচাৰে তেন্তে দুয়োজনে ইজনে সিজনক বুজি পোৱা উচিত। তাত নেতৃত্ব বা প্ৰভাৱ পেলাবলৈ চেষ্টা নকৰিব। যদি মোহভংগ ঘটিলে পৰিণাম বেয়া হয়।

৫. আত্মসন্মান আৰু আত্মপ্ৰেম

প্ৰেম বা বিবাহৰ সম্পৰ্ক সুন্দৰ কৰিবলৈ আত্মসন্মান আৰু আত্মপ্ৰেম অতি প্ৰয়োজনীয়। এই দুয়োটাক লৈয়েই সম্পৰ্কত আগবঢ়া উচিত। সেয়া নহ’লে সম্পৰ্কটোৰ সোনকালে অৱনতি ঘটে।

৬. ইতিবাচক মানসিকতা

সম্পৰ্কত ইতিবাচক মানসিকতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ইয়াত সম্পৰ্কটো স্বাভাৱিক গতিৰে আগবাঢ়ি যায়। সীমিত মানসিকতা, হেৰুৱাৰ ভয় সম্পৰ্কত বাধা হৈ পৰে। সেয়ে যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত এই দুটা বৰ্জনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm
এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

‘এইবাৰ মোক নোবেল লাগে’, নৰৱেৰ মন্ত্ৰীৰ ওচৰত দাবী উদ্বাউল ট্ৰাম্পৰ; বিনিময়ত কিহৰ প্ৰস্তাৱ?

August 15, 2025 2:50 pm
এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd