• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব’লব’মলৈ যাওঁতে পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হৈ শিল্পী সুস্মিতা ৰায়সহ অসমৰ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 29, 2019 6:52 pm
604
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত কোকৰাঝাৰৰ একেটা পৰিয়ালৰ চাৰিজন সদস্যই থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ভয়াৱহ দুৰ্ঘটনাটোত নিহতসকল হ’ল ক্ৰমে  কোচ ৰাজবংশীৰ উদীয়মান শিল্পী তথা কোকৰাঝাৰ জিলাৰ ছালাকাটি নিৱাসী সুস্মিতা ৰায়, তেওঁৰ পিতৃ ৰাজকুমাৰ ৰায়, তেওঁৰ ককাক আৰু আইতাক ক্ৰমে জগেশ কুমাৰ ৰায় আৰু প্ৰমিলা ৰায়।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত সকল হ’ল সুস্মিতা ৰায়ৰ মাতৃ কৈল্যাণী ৰায় আৰু তেওঁৰ ভগ্নী কুমকুম ৰায় আৰু আৰোছী ৰায় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহতসকলক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি আলিপুৰদুৱাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে। তদুপৰি স্থানীয় আৰক্ষীয়ে নিহতকেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আলিপুৰদুৱাৰলৈ প্ৰেৰণ কৰিছে।

ঘটনাৰ বিৱৰণি মতে শাওন মাহ উপলক্ষে ৰাজকুমাৰ ৰায়ে তেওঁলোকৰ পৰিয়ালটো লৈ বলবমলৈ গৈছিল।

কোকৰাঝাৰৰ ছালাকাটিৰ পৰা তেওঁলোকৰ পৰিয়ালৰ পাঁচজন আৰু পশ্চিমবংগত থকা ৰাজকুমাৰৰ পিতৃ-মাতৃক লৈ সাতজনীয়া পৰিয়ালটো বলবমৰ পৰা উভতি অহাৰ পথতে উক্ত কৰুণ তথা ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

পৰিয়ালটো বলবমৰ পৰা উভতি অহাৰ পথত পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ কালচিনিত তেওঁলোকৰ এ এছ ০১ বি ৱাই ০১৮৩ নম্বৰৰ চেভ্ৰলেট গাড়ীখনক বিপৰীত দিশৰ পৰা অহা এখন ১৮ চকীয়া ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

আনহাতে কোকৰাঝাৰৰ নিৱাসী ৰাজকুমাৰ ৰায়ৰ কন্যা সুস্মিতা ৰায় কোচ ৰাজবংশীৰ এগৰাকী উদীয়মান শিল্পী আছিল আৰু পৰিয়ালটোৰ আজি এনেদৰে হোৱা কৰুণ মৃত্যুত স্থানীয় অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ইফালে ছালাকাটি স্থানীয় ব্যৱসায়ী সকলে পৰিয়ালটোৰ মৃত্যুত আজি স্থানীয় বন্ধ পালন কৰে। আক্ৰাছুৰ ছালাকাটি আঞ্চলিক কমিটিৰ সভাপতি হৰিকান্ত ৰায়ে পৰিয়ালৰ চাৰিজন সদস্যৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এয়া কোচ ৰাজবংশী কলা-কৃষ্টি -সংস্কৃতিৰ বাবে গভীৰ ক্ষতি বুলি মন্তব্য কৰে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd