• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ বছৰ অনূৰ্ধ্বৰ মাৰাথান দৌৰত প্ৰথম স্থান অধিকাৰ কোকিলাৰ ছানিয়া মিৰ্জাৰ

ইয়াছিন আলী by ইয়াছিন আলী
November 26, 2018 12:16 pm
IMG-20181125-WA0007

ফটো : নৰ্থ-ইষ্ট নাও

602
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে বঙাইগাঁও জিলাৰ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ১৬ বছৰ অনূৰ্ধ্বৰ এখনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনত কোকিলাৰ নিকটৱৰ্তী গোলাপাৰাৰ ছানিয়া মিৰ্জাই ৫৪ মিনিটত ১১ কিলোমিটাৰ দৌৰ সম্পন্ন কৰি  প্ৰথম স্থান অধিকাৰ কৰে।

গোলাপাৰালৈ গৌৰৱ কঢ়িয়াই অনা ছানিয়াক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। জানিব পৰা মতে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ড গাঁৱৰ ছামচুল হক আৰু বিলাতন নেছাৰ কন্যা তথা গোলাপাৰা এম ই মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ছানিয়া মিৰ্জা (১২)ই প্ৰথমবাৰৰ বাবে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিয়ে এনেধৰণৰ সফলতা অৰ্জন কৰাত পৰিয়ালৰ লোক আনন্দিত হৈ পৰিছে।

উল্লেখ্য যে ছানিয়াই নিজৰ জ্যেষ্ঠ ভাতৃ তথা মাৰাথান দৌৰবিদ নিজাম উদ্দিনৰ লগত দৌৰৰ অনুশীলন কৰে। দেওবাৰে ৰাজ্যিক ভিত্তিক ১৬ বছৰ অনূৰ্ধ্বৰ মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি প্ৰথম স্থান অধিকাৰ কৰি ছানিয়াই ট্ৰফিৰ লগতে নগদ পাঁচ হাজাৰ এশ টকাৰ চেক লাভ কৰে।

ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত লাভ কৰা সাফল্যৰ বাবে ছানিয়া মিৰ্জাক উত্তৰ শালমাৰা জিলা আমছু, বঙাইগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, কোকিলা প্ৰেছ ক্লাৱ, বঙাইগাঁও জিলা বাৰ্তাজীৱি সংঘ, মানাহ ভেলী বিকাশ মঞ্চৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যতে সফল দৌৰবিদ হোৱাৰ বাবে আশীৰ্বাদ কৰে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd