• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ একেটা পৰিয়ালৰে তিনিজনক হত্যা কৰা ঘাতকক গ্ৰেপ্তাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 30, 2019 9:19 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত যোৱা ২৭ জুনত একেটা পৰিয়ালৰে তিনিজন সদস্যক ঘপিয়াই হত্যা কৰা হত্যাকাৰীক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা ঘাতকগৰাকী হৈছে ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত খেজুৰবাৰীৰ সৰ্বানন্দ বৰ্মন (২৪)।

উল্লেখযোগ্য যে ২৭ জুনত সংঘটিত হোৱা উক্ত ভয়ানক ঘটনাত একেটা পৰিয়ালৰে তিনিজন সদস্য ক্ৰমে টিপুল ৰায় (পতি,৩৪), মৰমী ৰায় (পত্নী,২৫) আৰু অঞ্জুমণি ৰায় (কন্যা সন্তান,৩)ক ঘপিয়াই হানি খুচি হত্যা কৰা হৈছিল।

ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত চলাই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি ঘটনাস্থলীলৈ লৈ আহে। ঘটনাস্থলীলৈ আহি সৰ্বানন্দ বৰ্মনে কিদৰে উক্ত হত্যাকাণ্ড সংঘটিত কৰিছিল সেয়া দেখুৱাই দিয়ে।

তেওঁ কোৱা মতে সেইদিনা তেওঁ মূল ৰাস্তাৰে নগৈ পথাৰেৰে ঘৰৰ পিছপিনে সিন্ধি খান্দি প্ৰৱেশ কৰি প্ৰথমে আঠুৱা খুলি টিপুল ৰায়ক হত্যা কৰে। আনহাতে কণমানি সন্তানক সাৱটি ধৰি মৰমী ৰায়ে দৌৰি পলাবলৈ চেষ্টা কৰিছিল যদিও সৰ্বানন্দই মৰমী আৰু তেওঁৰ কণমানি সন্তান অঞ্জুমনিক পিছফালৰ পৰা থাপ মাৰি ধৰি ডেগাৰেৰে উপৰ্যপুৰি ঘাপ মাৰি হত্যা কৰে। পিছত হত্যাত ব্যৱহৃত ডেগাৰখন কাষৰ হেল নদীত পেলাই দিয়ে।

ইপিনে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে প্ৰেমজনিত কাৰণতে হত্যাকাণ্ডটো হোৱা বুলি সদৰী কৰে।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd