• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰিদ্ৰ লোকক সাহায্য দি ছেল্ফি ল’লে হ’ব লাগিব শাস্তিৰ সন্মুখীন, কোনে ল’লে এই সিদ্ধান্ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 6:56 pm
kota-help
29.5k
VIEWS
Share on FacebookShare on Twitter

স্বাভাৱিকতেই দৰিদ্ৰ লোকক সাহায্য দিয়াৰ নামত ছেল্ফি তোলা লোকসকলে সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম উলংঘা কৰিছে।

সেয়েহে, দৰিদ্ৰ লোকক সহায় কৰাৰ সময়ত তেওঁলোকৰ সৈতে ছেল্ফি তোলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজস্থানৰ কোটা জিলা প্ৰশাসনে।

জিলাখনৰ জিলা প্ৰশাসকে স্পষ্ট কৰিদ দিছে যে ছেল্ফি তোলাৰ সময়ত বহু লোকে সামাজিক দূৰত্ব বজাই ৰখাৰ কথাটো পাহৰি গৈছে। সেয়েহে, ছেল্ফি তোলাত জিলা প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে।

লকডাউনৰ সময়ত বহুতে দৰিদ্ৰ লোকক খোৱা সামগ্ৰী দিছে বা কেতিয়াবা দৰিদ্ৰজনক ফলমূলো দান কৰিছে।

কিন্তু সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এনে হাজাৰ-বিজাৰ ছবি য’ত দেখা গৈছে যে কাৰোবাক সাহায্য কৰিবলৈ গৈ ছবি উঠাটোৱে যেন মুখ্য হৈ পৰিছে।

ইয়াৰ ফলত দান কৰা দৰিদ্ৰ লোকসকলে সন্মুখীন হ’বলগা সমস্যাৰ কথা কোনেও চিন্তা কৰা নাই। মহামাৰীৰ এই কৰাল গ্ৰাসৰ মুহূৰ্তত ছবি তোলাৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ বিষয়টো এৰাই চলা হৈছে।

স্বাভাৱিকতেই একাংশ লোকৰ ছবি তুলি দান দিয়াৰ অত্যুৎসাহী প্ৰৱণতাই কৰ’না ভাইৰাছ সংক্ৰমণৰ শংকাও বৃদ্ধি কৰিছে। ছচিয়েল মিডিয়াত নিজকে তুলি ধৰাৰ বাসনাই কৰ’না ভাইৰাছ প্ৰতিৰোধত বাধাৰহে সৃষ্টি কৰিছে।

এনে এক পৰিস্থিতিত ৰাজস্থানৰ কোটা প্ৰশাসনে এক দৃষ্টান্তমূলক সিদ্ধান্ত গ্ৰহণ কৰিছে। কোটা জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে দৰিদ্ৰ লোকসকলক সাহায্য দিয়াত কোনো বাধা নাই। পিচে, খাদ্যবস্তু দান দিয়াৰ সময়ত কোনো কাৰণে ছেল্ফি তুলিবলৈ দিয়া নহ’ব।

তদুপৰি, দান দিয়াৰ সময়ত লোকসকলে নিয়ম অনুসৰি সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক। প্ৰশাসনৰ স্পষ্ট মত যে দান দিয়ক কিন্তু দেখুৱাবলৈ নহয়।

Tags: COVID-19

Recent News

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd