NORTHEAST NOW (Assamese)

ৰশিগাওঁ গোৰক্ষ মঠত কুমাৰী পূজা সম্পন্ন

October 15, 2021 9:01 am · তিলক প্ৰসাদ , চাপৰ

আজি বহু বছৰ ধৰি বঙাইগাঁও জিলাৰ অন্তৰ্গত দক্ষিণ বইটামাৰীৰ ওচৰত ৰশিগাও নামে ঠাইত অৱস্থিত উত্তৰ পূৰ্বাঞ্চল গোৰক্ষ মঠত ৰীতি নীতি আৰু সম্পূৰ্ণ পৰম্পৰা অনুসৰি মহা শক্তিৰ কুমাৰী পূজা সম্পন্ন কৰা হয়।

এই মঠৰ প্ৰমুখ গুৰি ধৰোতা মঠ পৰিচালক স্বামী কৈৱল্ল নাথ দেৱৰ তত্বাবধানত এই পূজা সম্পন্ন কৰা হয়।

লগতে হোম যজ্ঞ তথা পূৰ্ণাহুতি দিয়া হয় । এই অনুষ্ঠানত বহু ভক্তৰ সমাগম হয়। নৱৰাত্ৰিকে ধৰি ন দিন মহা শক্তি দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হয়।

Related News