• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিডত দিল্লীত মৃত্যু নাৰায়ণপুৰ বৰদেউৰীৰ যুৱতীৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
June 18, 2020 6:07 pm
Lakhimpur woman dies of COVID-19 in New Delhi

ছোনিয়া দেউৰী।

1.5k
VIEWS
Share on FacebookShare on Twitter

ছোনিয়া দেউৰী নামৰ লখিমপুৰ নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ এগৰাকী যুৱতীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ নতুন দিল্লীত বুধবাৰে মৃত্যু হৈছে।

জানিব পৰা মতে ছোনিয়াক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল আৰু তাতে তেওঁৰ চিকিৎসা চলি আছিল।

এটা বেচৰকাৰী সংস্থাই নতুন দিল্লীতে ছোনিয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

ছোনিয়াৰ গাওঁ বৰদেউৰীত পৰিয়াল আৰু গাওঁবাসীয়ে দেউৰী পৰম্পৰামতে তেওঁৰ প্ৰতীকী সৎকাৰ সম্পন্ন কৰে।

ছোনিয়া ২০০৮ চনৰ পৰা নতুন দিল্লীত কৰ্মৰত আছিল।

ছোনিয়া নাৰায়ণপুৰৰ মাধৱদেৱ কলেজ (বৰ্তমান বিশ্ববিদ্যালয়)ৰ আছু গোটৰ প্ৰাক্তন সদস্য আছিল।

পিছত তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

যুৱতীগৰাকীৰ অকাল মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Tags: COVID-19

Recent News

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd