• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2025 3:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ললিত মোডী আৰু উদ্যোগপতি বিজয় মালিয়াক বিচাৰি ভাৰতে হাবুডুবু খাইছে। যদিও তেওঁলোকে ইদেশ- সিদেশ কৰি এতিয়া ক’ত আছে তাৰ সন্ধান পোৱা গ’লেও বিভিন্ন কাৰণত তেওঁলোকক ভাৰতত প্ৰত্যাৰ্পণ কৰাটো সম্ভৱ নহয়। সেই ধৰণে তেওঁলোকক অনুসৰণ কৰাটোও প্ৰায় অসম্ভৱ হৈ পৰিছে। এই দেশৰ আইনৰ দৃষ্টিত সেয়ে দুয়োজনেই পলাতক।

কিন্তু আইন আৰু আদালতৰ এই বাস্তৱতাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে লণ্ডনৰ এটা বিলাসী পাৰ্টিয়ে। তাত এই দুজন বিতৰ্কিত ব্যক্তিকে ফ্ৰেংক চিনাট্ৰাৰ বিখ্যাত গীত ‘আই ডিড ইট ইন মাই ৱে’ ত সুৰ মিলোৱা দেখা যায়। ললিত মোদীয়ে নিজেই সেই মুহূৰ্তৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। যিটো দেখি তীব্ৰ  সমালোচনাৰ জোৱাৰ উঠিছে।

প্ৰায় ৩১০ জন অতিথি, সমগ্ৰ বিশ্বৰ পৰা উৰাজাহাজেৰে অহা পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত ললিত মোদীয়ে এই পাৰ্টিৰ আয়োজন কৰিছিল। ৱেষ্ট ইণ্ডিজৰ  প্ৰাক্তন তাৰকা তথা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰীছ গেইলও উপস্থিত আছিল। গেইলে ইনষ্টাগ্ৰামত ললিত আৰু মালিয়াৰ সৈতে এখন ছবি পোষ্ট কৰি লিখিছে, ‘উইং লিভিং ইট আপ। থেংকছ ফৰ এ লাভলি ইভিনিং,’ তাত বিতৰ্কিত আয়োজক দুজনক টেগ কৰিছে।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত ললিতে লিখিছে, ‘৩১০ জন বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে এটা চমকপ্ৰদ নিশা পাৰ কৰিলোঁ.. আজি সন্ধিয়া উপস্থিত থকা সকলোকে ধন্যবাদ যিসকলে এই সন্ধিয়াটো মোৰ বাবে অন্যতম বিশেষ নিশা হিচাপে গঢ়ি তুলিলে। আশাকৰোঁ এই ভিডিঅ’টোৱে ইণ্টাৰনেটত জোৱাৰ নুতুলিব। নিশ্চিতভাৱে বিতৰ্কিত। কিন্তু সেইটোৱেই মই ভালকৈ কৰো।’

২০১০ চনত ভাৰত এৰি ব্ৰিটেইনলৈ যোৱা ললিত মোডীক আই পি এলত আৰ্থিক অনিয়মৰ অভিযোগত বি চি চি আইয়ে নিলম্বন কৰিছিল। তেওঁৰ বিৰুদ্ধে বিশাল বৈদেশিক মুদ্ৰাৰ লেনদেন, কিকবেক লোৱা, নিবিদাত প্ৰৱঞ্চনা আৰু ধন সৰবৰাহৰ অভিযোগ আছে।

আনহাতে, বিজয় মালিয়াৰ নাম ৯ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত জড়িত। ভাৰতত বহু বছৰ ধৰি তেওঁক প্ৰত্যাৰ্পণৰ বাবে এক গোচৰ চলি আছে। বৰ্তমান তেওঁ লণ্ডনত জামিনত বাহিৰত আছে আৰু তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰি কয় যে এই অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

I did it #myway – a few memories from my annual summer party past Sunday at my house in london. Had an amazing night with 310 friends and family a lot who travelled specially for this event thank you to one and all who attended this evening and made it one of the most special… pic.twitter.com/MtelJAldGI

— Lalit Kumar Modi (@LalitKModi) July 3, 2025

এই দুই অভিযুক্তই পাৰ্টিত গান জুৰি নিজৰ ‘মুক্ত’ জীৱন উদযাপন কৰাৰ ধৰণ দেখি বহু ভাৰতীয় ক্ষুব্ধ হৈ পৰিছে। বহুতে ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে, ইমানবোৰ অভিযোগৰ পিছতো তেওঁলোকে কেনেকৈ এনে বিলাসী জীৱন কটাব পাৰে? আৰু তেওঁলোকৰ কণ্ঠত ‘আই ডিড ইট ইন মাই ৱে’ যেন ভাৰতীয় ন্যায়পালিকাৰ প্ৰতি চৰম উপহাস।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd