• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসৰ পূৰ্বে ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

চাজিদ খান by চাজিদ খান
August 14, 2020 6:03 pm
259
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী আৰু ওদালগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে নিশা ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা সামগ্ৰী সমূহ প্লাষ্টিকেৰে মেৰিয়াই মাটিৰ তলত পুটি থোৱা হৈছিল।

আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত দুটা একে ৪৭ ৰাইফল, পাঁচটা এ কে ৫৬ ৰাইফল, দুটা এম-১৬ ৰাইফল, এটা এয়াৰগান, সাতটা ৯ এম এম পিষ্টল আৰু বৃহৎ সংখ্যক সজীৱ গুলি।

ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে সাতটা গ্ৰেনেড, ২০০ ডেটোনেটৰ কেপছ আৰু ২০ কেজি বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বিগত সময়ছোৱাত ওদালগুৰি আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা এনেধৰণে বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা আৰু অসম আৰক্ষীৰ বিশেষ শাখাই।

আনহাতে, ঘটনাৰ সৈতে জড়িত কোনো লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Recent News

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd