• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত কৃষি বিভাগৰ উদ্যোগত থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল ডিমাপুৰলৈ প্ৰেৰণ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 31, 2021 9:43 am
Golaghat vegetables

ফটো: নৰ্থইষ্ট নাও।

250
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ সৌজন্যত উদ্যান শস্য আঁচনিৰ অধীনত শুকুৰবাৰে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ পৰা থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল নাগালেণ্ডৰ ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়।

জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা জোকাৰি ফল-মূলৰ গাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।

উপায়ুক্তগৰাকীয়ে কয় যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জিলাখনৰ বিভিন্ন ঠাইৰ খেতিয়কসকলক এখন বজাৰ দিয়াৰ বাবে কৃষি বিভাগে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে।

কৃষি বিভাগে এই কাৰ্যসূচীৰ অধীনত নিজা পৰিবহন ব্যয়েৰে ফল-মূলসমূহ ডিমাপুৰলৈ প্ৰেৰণ কৰাই নহয়, বৰং তাৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ স্থাপন কৰি বিক্ৰীৰো ব্যৱস্থা কৰিছে।

আনহাতে, জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে যে গাড়ীখনত এইবাৰ এহেজাৰটা আনাৰস, ২০ থোকা কল, ১,৫০০ গুটি নোহোৱা নেমু আৰু বুজন পৰিমাণৰ কঁঠাল ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।

পৰৱৰ্তী সময়ত অঞ্চলটোৰ খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱাটো সুনিশ্চিত কৰাৰ বাবে এনেকৈয়ে নিয়মীয়াকৈ চুবুৰীয়া ৰাজ্যখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে খেতিয়কসকলে উৎপাদিত সামগ্ৰীৰ এখন বজাৰৰ বাবে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

এনে পৰিস্থিতিত কৃষি বিভাগৰ এই প্ৰয়াস আদৰণীয় হিচাপে পৰিগণিত হৈছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd