• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি লতা মংগেশকৰৰ স্মৃতি দিৱস; ৫০ হাজাৰ গান গালেও কিয় মুক্তি নাপালে তেওঁৰ প্ৰথমটো গান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 7:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ সংগীতৰ ৰাণী, কোকিলকণ্ঠী লতা মংগেশকৰ যদিও আমাৰ মাজত নাই, তথাপিও তেওঁৰ কণ্ঠ আমাৰ অন্তৰত জীয়াই আছে। আজি তিনি বছৰ পূৰ্বে লতা মংগেশকাৰৰ দেহাৱসান ঘটে। কিন্তু তেওঁৰ গীতবোৰ আজিও মানুহৰ মুখে মুখে। লতা মংগেশকাৰৰ সংগীত জীৱনৰ এটা অচিনাকি অধ্যায় আছে, যাৰ বিষয়ে বহুতেই নাজানে।

আৰ্থিক অসুবিধাৰ বাবে লতা মংগেশকাৰৰ চলচ্চিত্ৰ জীৱন আৰম্ভ হৈছিল। অৱশ্যে তেওঁৰ প্ৰথম গীতটো ছবিখনত কেতিয়াও ব্যৱহাৰ কৰা নহ’ল। এই গীতটি আছিল “নাচু য়া গাডে, খেলু শাৰী মানি হাউচ ভৰী”। ১৯৪২ চনত তেওঁ কিটি হাছাল নামৰ মাৰাঠী ছবি এখনৰ বাবে গানটো ৰেকৰ্ডিং কৰে। দুৰ্ভাগ্যজনকভাৱে এই গীতটো ছবিখনৰ পৰা বাদ পৰিল। ইয়াৰ পিছত লতা মংগেশকাৰৰ সেই গীতটো আৰু কেতিয়াও মুক্তি নাপালে।

লতা মংগেশকাৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত। তেওঁ মাৰাঠী পৰিয়ালৰ সন্তান আছিল। লতা মংগেশকাৰৰ পিতৃ আছিল বিখ্যাত সংগীতশিল্পী দীনানাথ মংগেশকাৰ। সংগীতৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰেম তেওঁ পিতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। সৰু কালতে সংগীত জগতত প্ৰৱেশ কৰিছিল লতা মংগেশকাৰে। এটা এটাকৈ নিজৰ কণ্ঠেৰে লাখ লাখ শ্ৰোতাৰ হৃদয় জয় কৰিছিল।

কিন্তু লতা মংগেশকাৰে প্ৰথমটো গীত ৰেকৰ্ডিং কৰাৰ সময়ত কেইবাটাও কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। এবাৰ গান ৰেকৰ্ডিং কৰি থাকোঁতে তেওঁ অজ্ঞান হৈ পৰে। তেওঁ নিজেই এবাৰ কৈছিল, “আমি গ্ৰীষ্মৰ দুপৰীয়া এটাত গীতটো ৰেকৰ্ডিং কৰি আছিলো, মুম্বাই অত্যন্ত গৰম আছিল। সেই সময়ত ৰেকৰ্ডিং ষ্টুডিঅ’ত এয়াৰ কণ্ডিচনাৰ নাছিল আৰু ফেনখন বন্ধ কৰি দিয়া হৈছিল, যাৰ বাবে মই অজ্ঞান হৈ পৰো।”

“মজবুৰ” ছবিখনৰ বাবে মাষ্টাৰ গুলাম হাইদৰৰ সংগীত পৰিচালনাত গান গাবলৈ আৰম্ভ কৰাৰ লগে লগে লতা মংগেশকাৰৰ জীৱন সলনি হয়। এই ছবিখনৰ গীতটো আছিল ছুপাৰহিট। ইয়াৰ জৰিয়তে লতা মংগেশকাৰৰ সংগীত জীৱনৰ দিশটোও সলনি হয়। সেই সময়ছোৱাত সুৰৰ ৰাণী লতা মংগেশকাৰে কঠোৰ পৰিশ্ৰম কৰি ক্ৰমান্বয়ে বিশ্বৰ অন্যতম শীৰ্ষ সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd