• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লটাৰী নহয়, প্ৰেমৰ উপহাৰ! প্ৰেমিকাক ৯০০ কোটি টকাৰ সম্পত্তি দি গৈছে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 10:36 am
প্রেমিকা মার্টা ফাচিনাৰ সৈতে  ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃত্যুৰ পূৰ্বে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনিয়ে তেওঁৰ প্ৰেমিকা ৩৩ বছৰীয়া মাৰ্টা ফাচিনাক ১০০ মিলিয়ন বা ১০ কোটি ইউৰোৰ সম্পত্তি দি গৈছে। ভাৰতীয় মুদ্ৰাত প্ৰায় ৯০৬.২৯ কোটি টকা।

মৃত্যুৰ পূৰ্বে বাৰ্লুস্কোনিয়ে নিজৰ ধন-সম্পত্তি উত্তৰাধিকাৰীসকলৰ মাজত ভাগ কৰিছিল। তেওঁৰ সম্পত্তি ৬ বিলিয়ন ইউৰোতকৈও অধিক। যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৫ হাজাৰ কোটিৰো অধিক। সেই হিচাপে অৱশ্যে মাৰ্টাক দিয়া ধন বৰ বেছি নহয় বুলিয়েই ক’ব পাৰি।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

চলিত বৰ্ষৰ ১২ জুনত ৮৬ বছৰ বয়সত বাৰ্লুস্কোনিৰ মৃত্যু হয়। মাৰ্টাই তেওঁৰ দল ‘ফৰ্জা ইটালিয়া’ৰ ‘ডেপুটি’ৰ পদত অধিষ্ঠিত হৈ আছে। ২০২০ চনৰ মাৰ্চ মাহত বাৰ্লুস্কোনিৰ সৈতে ৰোমান্টিক সম্পৰ্ক স্থাপন কৰিছিল মাৰ্টাই। তেওঁলোকৰ বিয়া হোৱা নাই যদিও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃত্যুশয্যাত মাৰ্টাক ‘পত্নী’ বুলিয়েই উল্লেখ কৰিছিল।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

২০১৮ চনত সেই দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ পিছৰে পৰা ইটালীৰ সংসদৰ নিম্ন সদনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে মাৰ্টা। ১৯৯৪ চনত বাৰ্লুস্কোনিয়ে ৰাজনীতিত প্ৰৱেশ কৰি তেওঁৰ দল ‘ফৰ্জা ইটালিয়া’ গঠন কৰিছিল।

বাৰ্লুস্কোনিয়ে নিজৰ পৰিয়ালৰ লোককো প্ৰাপ্য ধন-সম্পত্তিৰ ভাগ দিছে। ভাতৃ পাওলোৰ বাবে ৰখা হৈছে ৯০৫ কোটি টকা। তেওঁৰ ব্যৱসায়ৰ দায়িত্ব তেওঁৰ দুটা সন্তান মেৰিনা আৰু পিয়ৰ ছিলভিঅ’ৰ কান্ধত তুলি দিছে।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

১৯৩৬ চনত মিলানত জন্ম হৈছিল বাৰ্লুস্কোনিৰ। তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ভেকুৱাম ক্লিনাৰ বিক্ৰী কৰি। তেওঁ ইটালীৰ সৰ্ববৃহৎ মিডিয়া কোম্পানীটোৰ প্ৰতিষ্ঠাপক। পাছলৈ তেওঁ ইটালীৰ ৰাজনীতিত যোগদান কৰি অতি প্ৰভাৱশালী নেতা হিচাপে পৰিগণিত হয় আৰু পিছলৈ দেশৰ প্ৰধানমন্ত্ৰী হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd