• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নায়কগাঁৱত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
October 19, 2021 2:59 pm
170
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ ২৭ নং পূব বিলাসীপাৰা বিধানসভা তথা ১১ নং বাঁওখুঙুৰি পৰিষদীয় সমষ্টিৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত নায়কগাওঁ অৰ্দ্ধ সাপ্তাহিক বজাৰত আন আন বছৰৰ দৰে এই বেলিও শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি পূজা কমিটিৰ সভাপতি দেৰহাছাৎ বসুমতাৰী (দুৰ্গা)আৰু সম্পাদক ৰাছেন বসুমতাৰীয়ে জনাইছে ।

জানিব পৰা মতে নায়কগাওঁৰ স্বৰ্গীয় গজাধৰ যাদৱৰ পুত্ৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন এম চি এল এ শেখৰ যাদৱে নিজাববীয়া কৈ প্ৰায় আঠ লক্ষাধিক টকা খৰচ কৰি নায়কগাওঁৰ অতি পুৰণি জৰাজীৰ্ণ মন্দিৰটো নতুন কৈ ধুনীয়া ৰূপত নিৰ্মাণ কৰাই দিয়াত এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ উৎফুল্লিত হৈ যাদৱৰ এই মহানুভৱতাৰ বাবে মনেপ্ৰাণে প্ৰশংসা কৰিছে।

ইপিনে নায়কগাঁৱৰ জ্যেষ্ঠ সমাজহিতৈষী শিক্ষাবিদ গণেশ চন্দ্ৰ ওৱাৰি শেখৰ যাদৱৰ মন্দিৰ নিৰ্মাণৰ পবিত্ৰ কৰ্মৰ প্ৰতি শলাগ লৈ শাৰীৰিক ভাবে অসুস্থতা থকা যাদৱৰ সম্পূৰ্ণ আৰোগ্য কামনা কৰি মা লক্ষ্মীৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনায় ।

এই বেলি তিনিদিনীয়া কাৰ্যসূচীৰে চৰকাৰী নীতি নিয়মৰ মাজেৰে এই পূজা পালন কৰা হব আৰু এই উপলক্ষ্যে কোনো ধৰণৰ মেলা আদি অনুষ্ঠিত কৰা নহব বুলি পৰিচালনা কমিটিৰ সভাপতি দেৰহাছাত বসুমতাৰীয়ে অৱগত কৰিছে।

পোন প্ৰথমবাৰৰ বাবে ১৯৬৮ চনত এই পূজা নায়কগাওঁৰ স্কুল খেল পথাৰত আৰম্ভ কৰা হৈছিল আৰু উক্ত স্থনতে ১৯৭০ চন লৈকে অকল ঘটপূজাৰহে আয়োজন কৰা হৈছিল বুলি বয়োজ্যেষ্ঠ নাগৰিক তথা প্ৰতিষ্ঠাপক সম্পাদক গণেশ চন্দ্ৰ ওৱাৰিয়ে জানিবলৈ দিয়ে। আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল ফণীন্দ্ৰ নাৰয়ান মুছাহাৰী ।

পিছলৈ এই খেল পথাৰৰ পৰা ১৯৭১ চনত ৰাইজৰ সিদ্ধান্ত মৰ্মে নায়কগাঁও বজাৰত এটি টিনৰ চালিৰে মন্দিৰ নিৰ্মাণ কৰি বৰ্তমান লৈকে লক্ষ্মী পূজা প্ৰতি বছৰে এই অঞ্চলৰ ৰাইজে মিলাপ্ৰিতি মাজেৰে পালন কৰি আহিছে ।

আজি এই নতুন মন্দিৰ গৃহটোৰ পূজা নিয়াৰি কৈ যথা বিধিৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে ১৯৭১ চনত পূজা কমিটিৰ সভাপতি ডাঃ অমলেন্দু কৰ আৰু সম্পাদক ফণীন্দ্ৰ নাৰায়ণ মুছাহাৰিক ৰাইজে প্ৰস্তাৱ আকাৰে বনাইছিল ।

পূৰ্বে এই লক্ষ্মী পূজাৰ সময়ত অসমীয়া যাত্ৰা গান , খাৰা তাল আদি আয়োজন কৰা হৈছিল আৰু উপভোগ কৰিবলৈ ইয়াৰে বহলপুৰ , চৈবাৰী , বাঙালডোবা , মাউৰিয়াগাওঁ , কেটেঙাঝোৰা ( বাক্সা মাৰা ) আমগুৰি , শ্ৰী পুৰ , কাক্ৰিঘোলা , পুণ্ডিবাৰি , নয়কগাখাওঁ ১ ম , ২ য় খণ্ডকে ধৰি বিভিন্ন অঞ্চলৰ লোক আহি সমাগম হৈছিল ।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd