• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিৰিয়াখানাত সিংহৰ সৈতে চেলফি তোলাৰ চেষ্টা; সিংহৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 9:56 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চিৰিয়াখানাত দেখা গ’ল এক শিহৰণকাৰী ঘটনা। সিংহৰ বাবে নিৰ্ধাৰিত স্থানত এজন লোকে চেলফি তুলিবলৈ চেষ্টা কৰি আছিল। সিংহৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়। এই ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত যুৱকজনৰ নাম প্ৰহ্লাদ গুজ্জৰ। তেওঁৰ বয়স ৩৪ বছৰ। যুৱকজন ৰাজস্থানৰ আলৱাৰ জিলাৰ বনছুৰ পৌৰসভাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যুৱকজনে অকলে চিৰিয়াখানালৈ গৈ সিংহৰ লগত চেলফি তুলিবলৈ চেষ্টা কৰিছিল। তাৰ পৰিণতিতে তেওঁ প্ৰাণ হেৰুৱালে।

শ্ৰী ভেংকটেশ্বৰ প্ৰাণীবিজ্ঞান উদ্যানৰ বিষয়া-কৰ্মচাৰীয়ে জনোৱা মতে, মৃত যুৱকজনে টিকট ক্ৰয় কৰি চিৰিয়াখানাত প্ৰৱেশ কৰিছিল। তেওঁ আৰম্ভণিৰে পৰা বাৰে বাৰে নিয়ম ভংগ কৰি আছিল। তাৰ পাছত সিংহৰ বাবে নিৰ্দিষ্ট ঠাইলৈ গৈ চেলফি এখন তুলিবলৈ চেষ্টা কৰিলে। চিৰিয়াখানাৰ নিৰাপত্তাৰক্ষীৰ দৃষ্টি এৰাই চলি প্ৰহ্লাদে দেৱালত উঠিল। কেৱল চিৰিয়াখানাৰ কৰ্মচাৰী আৰু চিকিৎসকেহে সেই ঠাইলৈ যায়। এই যুৱকজনক তালৈ যাওঁতে সিংহ এটাই আক্ৰমণ কৰে।

Man dares lion for a selfie, jumps into enclosure, gets mauled.

40-year-old Prahlad Gujjar jumped into a lion enclosure for a selfie in Tirupati SV Zoo park. He also behaved in a way to provoke the lion. After the lion attacked him, he made an in vain attempt to save himself by… pic.twitter.com/4vWaRNkSZM

— Sudhakar Udumula (@sudhakarudumula) February 15, 2024

প্ৰহ্লাদক হত্যা কৰা সিংহৰ নাম ডংগলপুৰ। চিৰিয়াখানাখনৰ কিউৰেটৰ চি চেলভামে এই ঘটনা সন্দৰ্ভত কয়, “আমাৰ কৰ্মচাৰীসকলে প্ৰহ্লাদ গুজ্জৰ নামৰ যুৱকজনে সিংহৰ বাবে নিৰ্দিষ্ট এলেকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা দেখিছিল। তেওঁক সকীয়াই দিয়া হৈছিল। কিন্তু শেষ ৰক্ষা কৰাটো সম্ভৱ নহ’ল। যুৱকজনে ৬ ফুট ওখ দেৱালখনত উঠি সিংহৰ স্থানত জপিয়াই পৰিল। সিংহৰ লগত চেলফি তুলিবলৈ চেষ্টা কৰিলে। সিংহৰ আক্ৰমণত তেওঁৰ মৃত্যু হয় যদিও  সিংহই তেওঁৰ শৰীৰৰ কোনো অংশত প্ৰত্যক্ষভাৱে আঘাত কৰা নাছিল। সিংহই এই যুৱকৰ মাংস নাখালে। মাত্ৰ যুৱকজনৰ ডিঙিত ধৰি টানি লৈ গ’ল। তাতেই মৃত্যু ঘটিল।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

September 5, 2025 9:32 pm
অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

September 5, 2025 8:30 pm
আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

September 5, 2025 8:06 pm
মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

September 5, 2025 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

September 5, 2025 9:32 pm
অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

September 5, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd