• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধুৱে জন্মদিনত দিলে গ্ৰেনেড ‘উপহাৰ’, বিস্ফোৰণত প্ৰাণ গ’ল ইউক্ৰেইনৰ কমাণ্ডাৰ ইন চীফৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 7:41 am
ঘটনাৰ বলি   ইউক্ৰেইনৰ সেনাবাহিনীৰ কমাণ্ডাৰ ইন চীফ মেজৰ হেনাডি চেষ্টিয়াকোভ। ফটোঃ সংগ্ৰহীত।

ঘটনাৰ বলি ইউক্ৰেইনৰ সেনাবাহিনীৰ কমাণ্ডাৰ ইন চীফ মেজৰ হেনাডি চেষ্টিয়াকোভ। ফটোঃ সংগ্ৰহীত।

3.5k
VIEWS
Share on FacebookShare on Twitter

জন্মদিনৰ উপহাৰ পাইছিল আৰু সেই উপহাৰে কাঢ়ি লৈ ​​গ’ল প্ৰাণ। ঘটনাৰ বলি ইউক্ৰেইনৰ সেনাৰ কমাণ্ডাৰ ইন চীফ। এক মৰ্মান্তিক ঘটনাত ইউক্ৰেইনৰ সেনাবাহিনীৰ কমাণ্ডাৰ ইন চীফ মেজৰ হেনাডি চেষ্টিয়াকোভে জীৱন হেৰুৱালে। উপহাৰটো আছিল এটা গ্ৰেনেড। এটা মাৰাত্মক অস্ত্ৰ ‘উপহাৰ’ হিচাপে লাভ কৰি তেওঁ প্ৰাণ হেৰুৱালে।

গ্ৰেনেডটো এজন অতি ঘনিষ্ঠ বন্ধুৰ পৰা উপহাৰ হিচাপে পাইছিল। ইউক্ৰেইনৰ সেনাবাহিনীৰ কমাণ্ডাৰ ইন চীফ হেনাডিয়ে উপহাৰটো খুলি গোটেই পৰিয়ালটোক দেখুৱাইছিল। সেই সময়তে তেওঁৰ ১৩ বছৰীয়া ল’ৰাটোৱে আহি গ্ৰেনেডটো কাঢ়ি নিব বিচাৰে। তেতিয়াই গ্ৰেনেডটো বিস্ফোৰণ ঘটিল।

লগতে পঢ়কঃসংসদৰ নৈতিকতা সমিতিৰ পৰামৰ্শ: খাৰিজ হ’ব মহুৱা মৈত্ৰৰ সাংসদ পদ!

এই ঘটনাত হেনাডে চেষ্টিয়াকোভৰ ১৩ বছৰীয়া পুত্ৰ আহত হয়। গ্ৰেনেড আক্ৰমণত মৃত্যু হয় চেষ্টিয়াকোভৰ।

চেষ্টিয়াকোভে পুত্ৰৰ পৰা গ্ৰেনেডটো কাঢ়ি ল’ব বিচাৰে। কোৱা হৈছে যে দুয়োৰে মাজত হোৱা টনাটনিত এই বিস্ফোৰণ সংঘটিত হয়। কিয়েভৰ চাইকি গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰু তাতেই ইউক্ৰেইনৰ আৰক্ষীয়ে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ইউক্ৰেইনৰ জাপ’ৰজিয়াত ৰাছিয়াৰ আক্ৰমণৰ ফলত ১৯ জন ইউক্ৰেইনৰ সৈনিকৰ মৃত্যু হয়। ইয়াৰ পিছত কমাণ্ডাৰ ইন চীফৰ মৃত্যু ঘটিল।

লগতে পঢ়কঃ গিলৰ ‘শুভ’ উত্থান: বাবৰক পিছ পেলাই ৰেংকিঙৰ শীৰ্ষত, শীৰ্ষস্থান পুনৰুদ্ধাৰ ছিৰাজৰ

বাতৰি অনুসৰি, জেনেৰেল ভেলেৰী জুলুঝানীয়ে হেনাডিক গ্ৰেনেডটো দিছিল। এই সমগ্ৰ উপহাৰ কাণ্ডটোৰ ফলত হোৱা মৃত্যুক লৈ ইউক্ৰেইনত তদন্ত চলি আছে। 

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বন

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বন

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd