• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Bridge Collapses: বিকশিত অসমত বিকাশৰ নমুনা; নিৰ্মাণৰ চাৰি বছৰৰ পিছতে ভাগি দুটুকুৰা হ’ল পকী দলং

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
December 2, 2021 9:50 am
Bridge collapsed

ফটো: নৰ্থইষ্ট নাও।

2.7k
VIEWS
Share on FacebookShare on Twitter

Bridge Collapses শিৱসাগৰ নাজিৰা সীমামূৰীয়া ডিমৌকিনাৰ-বাঁহগড়ৰ সংযোগী ডাউকী আলিত থকা এখন দলং ভাগি দুটুকুৰা হৈ পৰিছে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনা দেখি চকু কপালত উঠিছে সচেতন ৰাইজৰ।

নিৰ্মাণৰ চাৰি বছৰৰ পিছতেই ভাঙি দুটুকুৰা হ’ল ৯৫ লাখ টকা ব্যয় সপেক্ষে নিৰ্মাণ কৰা এই পকী দলংখন।

ৰাইজৰ অভিযোগ যে ঠিকাদাৰ চুমন গগৈয়ে বিসংগতিপূৰ্ণ আৰু অতি নিম্নমানেৰে নিৰ্মাণ কৰা বাবেই আজি এইদৰে নিজে নিজে ভাগি পৰে এইখন পকী দলং।

বিভাগীয় কৰ্তৃপক্ষক পূৰ্বে কেইবাবাৰো এই বিসংগতিপূৰ্ণ দলংখন পুনৰ নিৰ্মাণৰ বাবে আবেদন জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।

Also Read: Indian Citizenship: বিগত ৫ বছৰত প্ৰায় ৬লাখ লোকে এৰিছে ভাৰতৰ নাগৰিকত্ব; লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্য

ইপিনে, দলংখন এইদৰে ভাগি পৰাত শিৱসাগৰ মহাবিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী তথা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ ৰোগী অহাযোৱা কৰাত অসুবিধাৰ সন্মুখীন হব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে দলংখন পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Recent News

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd