• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 2:53 pm
47
VIEWS
Share on FacebookShare on Twitter

নগদ ধনৰ গোচৰৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে লোকসভাত।

মঙলবাৰে অধ্যক্ষ ওম বিৰলাই ১৪৬ জন সাংসদৰ স্বাক্ষৰিত অভিযোগনামাৰ প্ৰস্তাৱ গ্ৰহণ কৰি তিনিজনীয়া তদন্ত সমিতি গঠন কৰে। এই কমিটীত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মণিন্দৰ মোহন আৰু জ্যেষ্ঠ অধিবক্তা বি ভি আচাৰ্য।

ন্যায়াধীশ বাৰ্মাৰ তদন্তৰ অন্তত কমিটীয়ে লোকসভাত প্ৰতিবেদন দাখিল কৰিব।

Recent News

এবছৰত দেশত ৩৭ লাখ কুকুৰে কামোৰাৰ ঘটনা; শিশুৰ মৃত্যু, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এবছৰত দেশত ৩৭ লাখ কুকুৰে কামোৰাৰ ঘটনা; শিশুৰ মৃত্যু, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

লোকসভাত আৰম্ভ হ’ল ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ প্ৰক্ৰিয়াঃ অধ্যক্ষই গঠন কৰিলে ৩জনীয়া সমিতি

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd