• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰত দুপৰীয়ালৈকে শান্তিপূৰ্ণ ভোটগ্ৰহণ, ভোটদানৰ হাৰত আগবাঢ়ি আছে ঢকুৱাখনা

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
April 11, 2019 4:39 pm
Assam: Loksabha election result prediction

লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণত ঢকুৱাখনাৰ এটা ভোটকেন্দ্ৰত ভোটাৰৰ শাৰী। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ জিলাৰ অন্তৰ্গত আটাইবোৰ কেন্দ্ৰতে বৃ্হস্পতিবাৰে শান্তিপূৰ্ণভাৱে চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ।

জিলাখনৰ বিভিন্ন কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

দুপৰীয়া ১ বজালৈকে জিলাখনৰ লখিমপুৰ বিধানসভা সমষ্টিত ২৬%, নাওবৈচাত ২৭.৪৮%, বিহপুৰীয়াত ৩৭.৪৩% আৰু ঢকুৱাখনাত ৫০.২২% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

জিলাখনত লখিমপুৰ লোকসভা সমষ্টিৰ ৩টা আৰু তেজপুৰ সমষ্টিৰ অন্তৰ্গত ১টা বিধানসভা সমষ্টি আছে।

জিলাখনৰ ১১০নং নাওবৈচা, ১১১নং লখিমপুৰ আৰু ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১০৯নং বিহপুৰীয়া বিধানসভা তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

Tags: নিৰ্বাচন ২০১৯
ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd