• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্কিন কবি লুইচ গ্লুকলৈ ২০২০ৰ সাহিত্যৰ নোবেল বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 7:29 pm
WhatsApp Image 2020-10-08 at 6.11.20 PM

সাহিত্যৰ নোবেল বঁটা বিজয়ী মাৰ্কিন কবি লুইচ গ্লুক।

545
VIEWS
Share on FacebookShare on Twitter

২০২০ বৰ্ষৰ সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছে আমেৰিকান কবি লুইচ গ্লুকে। চুইডিছ একাডেমীয়ে জানিবলৈ দিয়ে যে তেওঁৰ কবিতাৰ অসাধাৰণ ভাষা তথা দাৰ্শনিক সৌন্দৰ্যবোধে ব্যক্তি সত্তাক সাৰ্বজনীন কৰি তোলে।

‘’গ্লুকৰ বক্তৱ্য মধুৰ তথা আপোচহীন। তেওঁৰ কবিতা পঢ়িলে বুজা যায় যে তেওঁ নিজকে সাৱলীল কৰিবলৈ প্ৰয়াস কৰে। একে সময়তে তেওঁৰ লিখনিত সুলভ হাস্য তথা কৌতুকৰ মিশ্ৰিত ৰূপ।‘’

বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বিজয়ীৰ নাম ঘোষণা কৰি একাডেমীৰ নোবেল সমিতিৰ অধ্যক্ষ এণ্ডাৰ্ছ এলছনে এইদৰে জানিবলৈ দিয়ে।

সমিতিযে লগতে জানিবলৈ দি কয় যে গ্লুকৰ অধিকাংশ ৰচনাই যদিও আত্মজীৱনীমূলক হিচাপে লক্ষ্যণীয় কিন্তু সেইবোৰক কোনোৰকমে স্বীকাৰোক্তি বুলি গণ্য কৰিব নোৱাৰি। তেওঁ সাৰ্বজনিক স্বীকৃতি বিচাৰে।

তেওঁৰ লিখনিত প্ৰধানকৈ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়। সেইকেইটা হৈছে পাৰিবাৰিক জীৱন, ধেমেলীয়াকৈ প্ৰকাশ পোৱা বৌদ্ধিক দীপ্ততা আৰু ৰচনাত ফুটি উঠা সুক্ষ্ম জ্ঞানৰ আভা।

নোবেল বঁটাৰ ইতিহাসত মাৰ্কিন কবি লুইচ গ্লুক হৈছে ১৬তম মহিলা নোবেল বিজয়ী।

Recent News

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd