• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BREAKING NEWS: সমগ্ৰ কোকৰাঝাৰ চহৰত বিয়পি পৰিছে ৰন্ধন গেছৰ উৎকট গোন্ধ, আতংকিত চহৰবাসী,ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই জনালে—দুৰ্যোগ প্ৰশমণৰ দল সাজু হৈ আছে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 4, 2021 11:19 am
573
VIEWS
Share on FacebookShare on Twitter

এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কোকৰাঝাৰ চহৰত। কিছু সময় আগৰে পৰা সমগ্ৰ কোকৰাঝাৰ চহৰতে বিয়পি পৰিছে ৰন্ধন গেছৰ উৎকট গোন্ধ।

নৰ্থ ইষ্ট নাওলৈ কোকৰাঝাৰৰ পৰা বহু লোকে ফোন কৰি এই খবৰ দিছে।

চহৰ খনৰ বতাহত ক’ৰ পৰা হঠাতে এনেদৰে ৰন্ধন গেছ মিহলি হৈ পৰিছে সেয়া এতিয়াও ৰহস্য হৈয়ে আছে।

প্ৰশাসনৰ তৰফৰ পৰাও গেছ নিৰ্গমনৰ কাৰণ সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা হোৱা নাই। বতাহত ৰন্ধন গেছ মিহলি হৈ পৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত কম্পিত হৈছে চহৰবাসী।

আশংকা কৰা অনুসৰি চন্দ্ৰাপাৰাত থকা এলপিজি গুদামত গেছ লীক হোৱা বাবেই বতাহত গেছ মিহলি হ’ব পাৰে।

অৱশ্যে এই বিষয়ত কোনেও সঠিককৈ একো ক’ব পৰা নাই। সবিশেষ বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে।

ইপিনে কোকৰাঝাৰৰ জিলা প্ৰশাসনৰ সূত্ৰই আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে এয়া ঢালিগাঁৱৰ বিআৰপিএল প্ৰকল্পৰ পৰা মিথেন গেছ নিৰ্গত হোৱাৰ ফলত হ’ব পাৰে।

নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগ কৰাত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই কয় যে গেছ লীক হোৱাৰ উৎসৰ সন্ধানত আৰক্ষী আৰু প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী ব্যস্ত হৈ পৰিছে। এতিয়ালৈকে গেছ লীক হোৱাৰ উৎসৰ কোনো সন্ধান পোৱা হোৱা নাই।

বঙাইগাঁৱৰ পৰা বিআৰপিএলৰ এটা বিশেষজ্ঞৰ দলে কোকৰাঝাৰ অভিমুখে ৰাওনা হোৱা বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে দুৰ্যোগ প্ৰশমণৰ দলো সাজু কৰি ৰখা হৈছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd