• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা কমনৱেলথ সংসদীয় সংস্থাৰ ভাৰত মণ্ডলৰ সন্মিলন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2018 10:35 am
171
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ উদ্যোগত গুৱাহাটীত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কমনৱেলথ সংসদীয় সংস্থা (চি পি এ)ৰ ভাৰত মণ্ডল ৩ৰ সপ্তদশ সন্মিলন অনুষ্ঠিত হ’ব।

এই উপলক্ষে লোকসভাৰ অধ্যক্ষা তথা কমনৱেলথ সংসদীয় সংস্থাৰ ভাৰতৰ অধ্যক্ষা সুমিত্ৰা মহাজনে সোমবাৰে অৰ্থাৎ ৮ অক্টোবৰত এই সন্মিলন উদ্বোধন কৰিব। লগতে সুমিত্ৰাই লোকসভাৰ অধ্যক্ষৰ বিশেষ উদ্যোগৰ উত্তৰ-পূব শাখাটোও মুকলি কৰিব।

খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত পুৱা ৯ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, সাংসদ আৰু বিধায়ক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লোকসভাৰ সচিব প্ৰধান স্নেহলতা শ্ৰীবাস্তৱ আদিকে ধৰি কেইবাজনো গণ্যমান্য লোকে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

এক বিবৃতি যোগে জানিব পৰা মতে অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজন আৰু সন্মানীয় অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।

৮ অক্টোবৰৰ উদ্বোধনী অনুষ্ঠানটোত ‘উত্তৰ-পূৰ্বাঞ্চলত মহিলাৰ সবলীকৰণ’ আৰু ‘উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী সমস্যাৰ সমাধানৰ যৌথ উদ্যোগ’ শীৰ্ষক দুখন আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব।

একেদৰে ৯ অক্টোবৰত ‘উত্তৰ-পূৰ্বাঞ্চলত জৈৱ কৃষিকৰ্মৰ বহনক্ষম বিকাশৰ কাৰণে দক্ষতা বৃদ্ধি’  আৰু ‘উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে যোগাযোগ’ বিষয়ক দুখন আলোচনা বৈঠক অনুষ্ঠিত হ’ব।

Recent News

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd