NORTHEAST NOW (Assamese)
অসম

অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত আছুৰ ধৰ্ণা

Posted by: এন ই নাও নিউজ ব্যুৰো, ডিব্ৰুগড় : November 21, 2017 9:36 am
অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবীত আছুৰ ধৰ্ণা

আজি ডিব্ৰুগড় আছুৱে কাৰ্য্যালয়ৰ কাম-কাজত অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰাৰ দাবীত ডিব্ৰুগড়ত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ছাইন ব’ৰ্ড, বেনাৰত ক’লা ৰং ঘঁহি তেওঁলোকে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণৰ চেষ্টা কৰে| পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে ধৰ্ণাত অংশগ্ৰহণকাৰীৰ সৈতে হতাহতিত লিপ্ত হ’ব লগীয়া হয়।