Home › অসম গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰিলে শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য November 29, 2017 3:25 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : কালি অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰে। এই কথা অসম চৰকাৰৰ এটা সূত্ৰত জানিব পৰা গৈছে। মন্ত্ৰীজনে পথটোৰ নিৰ্মাণকাৰ্য্যত জড়িত থকা ঠিকাদাৰকো কাম সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়ে। ‹ নগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কোকৰাঝাৰত অংকুশিতাক বিপুল আদৰণি : আজি আনুষ্ঠানিকভাৱে… › Related Newsলখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁওJuly 30, 2026 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন : চিলিং খহি পৰি চাৰিজন ৰোগী আহতJuly 30, 2026 7:27 pm · এন ই নাও নিউজ, গুৱাহাটীবানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰJuly 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীতJuly 29, 2026 9:25 pm · এন ই নাও নিউজ, গুৱাহাটীৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতাJuly 29, 2026 6:53 pm · এন ই নাও নিউজ, গুৱাহাটী