NORTHEAST NOW (Assamese)
Popular Stories

বিবাহৰ দোলেৰে বান্ধ খালে ৰাহুল-আথিয়া: চাওক কেইটিমান বিশেষ দৃশ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2023 9:10 pm
Rahul-Athiya Wedding

অৱশেষত চৰ্চাৰ ওৰ পেলাই আজি বিবাহপাশত আৱদ্ধ হ’ল দেশৰ চেলিব্ৰিটি জগতৰ দুই চৰ্চিত প্ৰেমিক যুগল ক্ৰিকেটাৰ লোকেশ ৰাহুল আৰু অভিনেত্ৰী আথিয়া ছেট্টী। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ সম্পৰ্কক সুদৃঢ় কৰি আজি দুয়ো প্ৰণয়ৰ দোলেৰে বান্ধ খায়।

আথিয়াৰ পিতৃ অভিনেতা সুনীল ছেট্টীৰ খাণ্ডালা ফাৰ্মহাউচত এক অন্তৰংগ অনুষ্ঠানত দাম্পত্য জীৱনৰ পাতনি মেলিছে প্ৰেমিক যুগলে। দুয়োৱে ইতিমধ্যে সামাজিক মাধ্যমত বিবাহৰ কিছু মুহূৰ্তৰ দৃশ্য শ্বেয়াৰ কৰাৰ লগতে সামাজিক মাধ্যমত প্ৰকাশ পাইছে আন কিছু বিবাহ অনুষ্ঠানৰ আন কিছু দৃশ্যও।

চাওঁ আহক আথিয়া-ৰাহুলৰ বিবাহৰ কিছু মধুৰ মুহূৰ্ত: