অসম কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ ঘোষণা: পুনৰ উজ্জীবিত কৰা হ’ব নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 20, 2017 9:41 am নমামি বৰাক উৎসৱত উপস্থিত থাকি আজি কেন্দ্ৰীয় মন্ত্ৰী (Heavy Industries and Public Enterprises) বাবুল সুপ্ৰিয়ই জাগীৰোডস্থিত নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ ল’ব বুলি ঘোষণা কৰে। ← Previousপ্ৰাক্তন আলফা নেত্ৰী বেবী মৰাণৰ চিকিৎসাৰ দ্বায়িত্ব ল’লে… Next →উচ্চতম ন্যায়ালয়ত সুবোধ বিশ্বাসৰ জামিন আৱেদনৰ শুনানি You may also like অসম বাংলাদেশ অস্থিৰ হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, মিয়ানমাৰতো প্ৰভাৱ পৰিব; সকীয়নি মহম্মদ ইউনুছৰ যদি আপুনি বাংলাদেশক অস্থিৰ কৰিব বিচাৰে তেন্তে চুবুৰীয়া দেশসমূহো বিপদত পৰিব বুলি সকীয়াই দিছে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে। বৃহস্পতিবাৰে তেওঁ বাংলাদেশৰ… এন ই নাও নিউজ, গুৱাহাটী · August 8, 2024 11:02 am অসম ২০০০ অতিক্ৰম অসমত ক’ভিড আক্ৰান্তৰ, দিনটোত এতিয়ালৈকে চিনাক্ত ২৪৩ ৮৫গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ২০৭৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে বৰপেটাৰ ২১, তিনিচুকীয়াৰ… কল্পজ্যোতি শইকীয়া · June 4, 2020 11:09 pm অসম কংগ্ৰেছৰ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিয়াই নিছে আয়কৰ বিভাগে; ন্যায়াধিকৰণত অভিযোগ দলৰ যোৱা সপ্তাহত কংগ্ৰেছে দাবী কৰিছিল যে কৰ সংক্ৰান্ত গোচৰত আয়কৰ বিভাগে ২১০ কোটি টকা দাবী কৰি দলটোৰ বিভিন্ন বেংক একাউণ্ট ‘ফ্ৰীজ’ কৰি… এন ই নাও নিউজ, গুৱাহাটী · February 21, 2024 6:01 pm অসম নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও চৰকাৰী অৱহেলাৰ বাবে এৰাবাৰীত পৰিণত লিডুৰ আই টি আই চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়ণৰ দাবী জনাই অহাৰ বিপৰীতে বাস্তৱত ইয়াৰ এক অন্য ছবিহে দেখিবলৈ পোৱা যায়। তিনিচুকীয়া জিলাৰ লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ (আই টি আই )… মানস প্ৰতিম গগৈ · July 12, 2018 1:52 pm