NORTHEAST NOW (Assamese)
অসম

অসম, উত্তৰ-পূবত জোকাৰণি ভূমিকম্পৰ

Posted by: এন ই নাও নিউজ May 4, 2019 4:55 pm
Amid Fani worry, Earthquake tremor felt in Assam and other northeast states

ফেনিৰ আতংকৰ মাজতে শনিবাৰে বিয়লি অসম আৰু উত্তৰ-পূবত অনুভূত হয় এটি মৃদু ভূমিকম্পৰ জোকাৰ।

বিয়লি ৪.৩৪ বজাত অনুভূত ভূমিকম্পটোৰ প্ৰাবল্য  ৰিখতাৰ স্কেলত ৫.১ আৰু উৎপত্তিস্থল হল উত্তৰ পশ্চিম ম্যানমাৰ ।

এতিয়ালৈকে ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।

সবিশেষৰ অপেক্ষা কৰা হৈছে।

অধিক আপদে’টৰ বাবে অপেক্ষা কৰক।