NORTHEAST NOW (Assamese)
Popular Stories

বিটিচি নিৰ্বাচন : য়ু পি পি এল দলৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী March 16, 2020 9:08 am
maxresdefault

অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুনাইটেড পিপোলচ পাৰ্টি লিবাৰেল (UPPL) দলে সোমবাৰে ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

এইবাৰ নিৰ্বাচনত প্ৰাক্তন এবছু নেতা তথা য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে গয়াবাৰী সমষ্টি, এন ডি এফ বিৰ নেতা তথা তথা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী ক্ৰমে গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড আৰু ৰঞ্জিত বসুমতাৰীয়ে ওৰফে বি আৰ ফেৰেগাই চিৰাং দুৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

প্ৰাৰ্থীৰ তালিকাখন –

১. যমদুৱাৰ সমষ্টি – জিৰণ বসুমতাৰী

২. চৰাইবিল সমষ্টি – শীলা বসুমতাৰী

৩. কচুগাঁও সমষ্টি – উকিল বসুমতাৰী

৪. দতমা সমষ্টি – জ্ঞাতিৰন্দ্ৰ ব্ৰহ্ম

৫. দেবৰগাঁও সমষ্টি – বুদ্ধ দেব মুচাহাৰী

৬. বাউখুংগ্ৰি সমষ্টি – প্ৰতিভা ব্ৰহ্ম

৭. চিৰাং সমষ্টি – মাউটি ব্ৰহ্ম হাজৱাৰী

৮. চিৰাং দুৱাৰ সমষ্টি – ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেংগা)

৯. কাজলগাঁও সমষ্টি – ৰংগ্ৰা নাৰ্জাৰি

১০. নিচিমা সমষ্টি – নিৰ্মল কুমাৰ ব্ৰহ্ম

১১. ছুভইঝাৰ সমষ্টি – গুণেশ্বৰ গয়াৰি

১২. মানস ছেৰফাং সমষ্টি – সুৰেশ দৈমাৰী

১৩. বাগানপাৰা সমষ্টি – কাটিৰাম বড়ো

১৪. দৰংজুলি সমষ্টি – ফনিন্দ্ৰ বসুমতাৰী

১৫. নাগ্ৰিজুলী সমষ্টি – সুশীল দাস

১৬. গয়াবাৰী সমষ্টি – প্ৰমোদ বৰো

১৭. চুকলাই ছেৰফাং সমষ্টি – প্ৰদীপ বড়ো

১৮. গোৰেশ্বৰ সমষ্টি – পবিত্ৰ কুমাৰ বড়ো

১৯. খিৰাবাৰী সমষ্টি – বাবুল বসুমতাৰী

২০. খালিং দুৱাৰ সমষ্টি – দিলীপ বড়ো

২১. ধনশ্ৰী সমষ্টি – ৰুজুগৌৰা মুছাহাৰী

২২. ভৈৰৱকুণ্ড সমষ্টি – গোবিন্দ বসুমতাৰী