Author: এন ই নাও নিউজ, গুৱাহাটী
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ
পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা ঘূৰাই আনিবলৈ সংসদত নতুন বিধেয়ক অনা কাৰ্য্যক আদৰণি জনাইছে শিক্ষাবিদ তথা পৰিৱেশকৰ্মী সোণম ৱাংচুকেই। কিন্তু একে সময়তে তেওঁ কেন্দ্ৰীয়…
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ
ভাৰতীয় ক্ৰিকেটৰ এটা স্মৰণীয় অধ্যায়ৰ অন্ত পৰিল। বৃহস্পতিবাৰে অভিজ্ঞ বেটছমেন অজিংক্য ৰাহানেই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। এদশকৰো…
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা
প্ৰায় ছয় দশকৰ দীঘলীয়া হিংসাৰ অন্ত পেলাই ভাৰতবৰ্ষ এতিয়া সম্পূৰ্ণৰূপে নক্সালবাদ মুক্ত হৈ পৰিছে। ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক…
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ
আত্মসমৰ্পণ কৰিলে সোণম ৰঘুবংশীয়ে। আদালতে তেওঁক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। শেহতীয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল।…
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন
নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ হকী বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলে শেহতীয়াকৈ তেওঁলোকৰ নতুন জাৰ্চী উন্মোচন কৰে। দশক দশক…
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা
তামিলনাডু চৰকাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত এদিনকৈ চিকেন বিৰিয়ানি যোগান ধৰাৰ এক প্ৰস্তাৱ বিবেচনা কৰি আছে। ৰাজ্যখনৰ বিদ্যালয় শিক্ষা…
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা
চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী খণ্ডক সামৰি সমগ্ৰ দেশৰ এক লাখৰো অধিক বিদ্যালয় বৰ্তমান মাত্ৰ এজন শিক্ষকৰ জৰিয়তে পৰিচালিত হৈ আছে। শেহতীয়াকৈ…
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ
‘নিট’ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত ‘পেলেট গান’ ব্যৱহাৰ কৰাক লৈ চি আৰ পি এফৰ গোট ‘ৰেপিড একশ্যন ফ’ৰ্চ’ৰ…
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা
লিফ্ট বা এলিভেটৰত সংঘটিত যিকোনো দুৰ্ঘটনাৰ বাবে নিৰ্মাতা কোম্পানী, ৰক্ষণাবেক্ষণকাৰী সংস্থা আৰু ভৱনৰ গৰাকী যৌথভাৱে দায়বদ্ধ হ’ব বুলি উচ্চতম ন্যায়ালয়ে বুধবাৰে এক…
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত
কমনৱেলথ গেমছ ২০২৬ৰ সপ্তম দিনটো ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হৈছে। ট্ৰেক এণ্ড ফিল্ডৰ লগতে বক্সিং ৰিঙত ভাৰতীয়…