Author: এন ই নাও নিউজ, গুৱাহাটী
ৰাজ্যৰ পৰ্যটন খণ্ডত নতুন সংযোজন: ঐতিহ্যমণ্ডিত ‘বননি বঙলা’ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিল অত্যাধুনিক ‘কাজিৰঙা হেৰিটেজ’
ইউনেস্ক’ৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ৰাজ্যৰ পৰ্যটন খণ্ডক অধিক গতিশীল আৰু বহনক্ষম কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা…
ভাৰতৰ পৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ কিনিব ইণ্ডোনেছিয়াই : ৩২০০ কোটি টকাৰ বৃহৎ চুক্তি স্বাক্ষৰ
ভাৰতৰ পৰা অত্যাধুনিক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে ইণ্ডোনেছিয়াই এক গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন কৰিছে। সোমবাৰে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰিকো ৰিকাৰ্ডো চিৰাইতে…
পশ্চিমবংগৰ ভোটাৰ তালিকা বিতৰ্ক: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তুতি বিৰোধীৰ
ওৰ পৰা নাই পশ্চিমবংগৰ ভোটাৰ তালিকা বিতৰ্কৰ। সাম্প্ৰতি এই বিতৰ্কই এক নতুন দিশলৈ গতি কৰিছে। আগন্তুক দিনবোৰত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই মুখ্য নিৰ্বাচন…
১১ মাৰ্চৰ পৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ইউফুজিম ২০২৬ ৰ বিশাল আয়োজন
গুৱাহাটীৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আগন্তুক ১১ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ তেওঁলোকৰ বাৰ্ষিক বিশ্ববিদ্যালয় সপ্তাহ ইউফুজিম ২০২৬ উদযাপনৰ বাবে…
অসম চিআইডিৰ বৃহৎ সফলতা, চাইবাৰ অপৰাধ আৰু অবৈধ চিম কাৰ্ডৰ চক্ৰ ফাদিল কৰি পাঁচগৰাকীক আটক
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমকানি চিআইডিয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই দেওবাৰে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচজন লোকক…
দলীয় শৃঙ্খলা ভংগৰ অভিযোগত অগপৰ পৰা ২৯ জনক বহিষ্কাৰ
অসম গণ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে দেওবাৰে জিলা কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ দলটোৰ ২৯ জন সদস্যক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বহিষ্কাৰ…
বিতৰ্কৰ আৱৰ্তত ২০২৫ চনৰ নতুন আয়কৰ আইন: গোপনীয়তাৰ অধিকাৰ খৰ্ব হোৱাৰ শংকা
উচ্চতম ন্যায়ালয়ে সোমবাৰে ‘২০২৫ চনৰ নতুন আয়কৰ আইন’ৰ কেইবাটাও বিতৰ্কিত ব্যৱস্থাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে। সোমবাৰে ভাৰতৰ…
জুৱিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এইবেলি সাংস্কৃতিক অনুষ্ঠান অবিহনেই ৰঙালী বিহু উদযাপন কৰিব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে
শিৱসাগৰ জিলাৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে আগন্তুক ২০২৬ বৰ্ষৰ ৰঙালী বিহুৰ উদযাপনক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ জনপ্ৰিয় শিল্পী…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লিফলেট বিতৰণৰ অভিযোগ: বিধায়কৰ পিএসহ ৪ জনক আটক
গুৱাহাটীৰ দিশপুৰ আৰক্ষীয়ে দেওবাৰে নিশা এক বিশেষ অভিযান চলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক সমল থকা লিফলেট কঢ়িয়াই অনা এটা…
বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অস্ত্ৰ আমদানিকাৰী দেশ হিচাপে পৰিগণিত ভাৰত
বিশ্বৰ প্ৰতিৰক্ষা বজাৰত ভাৰতৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ষ্টকহ‘ম ইণ্টাৰনেচনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট (SIPRI)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ইউক্ৰেইনৰ পিছতেই বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ…