Author: এন ই নাও নিউজ,গুৱাহাটী
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ: ১৬০০ তকৈও অধিক লোকে প্ৰাণ হেৰুৱালে এছিয়াত
শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে বৰষুণৰ ধুমুহাসমূহ অধিক শক্তিশালী হৈ পৰিছে। ইয়াৰ ফলত…
প’ষ্ট মেলনৰ অনুষ্ঠানত বিদেশী মহিলাক হাৰাশাস্তিৰ অভিযোগ: গুৱাহাটী আৰক্ষীৰ স্পষ্টীকৰণ
গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন…
ভণ্ড ধৰ্মগুৰুৰ অভদ্ৰ আচৰণ! যুৱতী-মহিলাক লক্ষ্য কৰি অশালীন মন্তব্য
মহিলাসকলৰ প্ৰতি কৰা অশালীন আৰু অপমানজনক মন্তব্যৰ অভিযোগত তথাকথিত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্যৰ বিৰুদ্ধে আদালতে গোচৰ গ্ৰহণ কৰিছে। এই অভিযোগ দাখিল কৰিছিল সৰ্বভাৰতীয়…
ৰহস্য! আদালতলৈ গৈ থকা অৱস্থাতে ট্ৰাকে মহতিয়াই নিলে সন্দেহখালী কাণ্ডৰ সাক্ষীৰ বাহন
বুধবাৰে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিমবংগৰ কুখ্যাতসন্দেশখালি কাণ্ডৰ মূল অভিযুক্ত শেখ শ্বাহজাহানৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ…
জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ
জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে আজিৰে পৰা ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু গ্ৰামাঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ আৰম্ভ…
কম বয়সীয়া যুৱক-যুৱতীসকলৰ উচ্চ ৰক্তচাপ কিয় হয়? ইয়াৰ প্ৰতিকাৰ কি?
কম বয়সীয়া যুৱক-যুৱতীসকলৰ মাজত উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পোৱাৰ মূল কাৰণবোৰ প্ৰায়ে জীৱনশৈলীৰ পৰিৱৰ্তন আৰু কিছুমান নিৰ্দিষ্ট স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত। ইয়াত…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্য পক্ষী চিকাৰ : গ্ৰেপ্তাৰ পাঁচ অভিযুক্ত
বিশ্বনাথ জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ মণ্ডলত বন্য চৰাই চিকাৰ কৰাৰ অভিযোগত বুধবাৰে পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। এদল লোকে বন্য…
নৃশংস ডাবল মাৰ্ডাৰ কাণ্ড: টীয়কত পত্নী আৰু ছবছৰীয়া কন্যাক হত্যা কৰিলে ঘাতক স্বামীয়ে
ডাবল মাৰ্ডাৰে চাঞ্চল্য সৃষ্টি কৰিছে টীয়কৰ বলমা মৰাণ গাঁৱত। এক অত্যন্ত নৃশংস ঘটনাত স্বামী কল্যাণ কোঁৱৰে নিজৰ পত্নী চুনচুনী কোঁৱৰ আৰু ছবছৰীয়া…
মৰক্কোত ভয়ংকৰ দুৰ্ঘটনা! অট্টালিকা ভাঙি কমেও ১৯ জন লোকৰ মৃত্যু
মৰক্কোত দুটা বহুমহলীয়া অট্টালিকা ভাঙি এক ভয়ংকৰ দুৰ্ঘটনা। ধ্বংসাৱশেষৰ তলত কমেও ১৯ জন লোকক সমাধিস্থ কৰা হয়। আহত হৈছে কমেও ১৬ জন।…
গৰুক চিকেন ম’ম’ খুৱাই গ্ৰেপ্তাৰ ইউটিউবাৰ, উত্তম-মধ্যম দিলে গোৰক্ষকে
গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ থানা অঞ্চলত গৰুক চিকেন ম’ম’ খুৱাই উত্তম-মধ্যম খালে এজন ইউটিউবাৰে। গোৰক্ষকে যুৱকজনক উত্তম-মধ্যম শোধোৱাৰ লগতে তেওঁক গতাই দিলে আৰক্ষীক।…