NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

ভাৰতৰ সৰ্ববৃহৎ খুচুৰা মধ্যস্থাকাৰী (ব্ৰোকাৰেজ) প্ৰতিষ্ঠান জিৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথৰ সফলতাৰ কাহিনীয়ে চিনেমাৰ কাহিনীকো চেৰ পেলাব। মাত্ৰ ১৭ বছৰ বয়সতে দশম শ্ৰেণীৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 3, 2026 11:33 am
অসম

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

নলবাৰী জিলাত সংঘটিত নৃশংস আক্রমণৰ ঘটনাটোৱে ৰাজ্য কঁপাই তুলিছিল। এমাহতকৈও অধিক সময় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যুৰ সৈতে যুঁজি শুকুৰবাৰে (৩ জুলাই)…

এন ই নাও নিউজ, গুৱাহাটী · July 3, 2026 10:40 am
Popular Stories

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

বিশ্বকাপৰ আৰম্ভণি যদিও আশা কৰা ধৰণে নহ’ল, তথাপিও স্পেইনে নকআউট পৰ্যায়ত নিজৰ প্ৰকৃত ফৰ্মলৈ ঘূৰি আহিল। ৰাউণ্ড অফ ৩২ত অষ্ট্ৰিয়াৰ ওপৰত একপক্ষীয়…

এন ই নাও নিউজ, গুৱাহাটী · July 3, 2026 10:05 am
অসম

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

অহা বছৰ পঞ্জাৱত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যোৱাবাৰৰ বিপৰ্যয় পাহৰি কংগ্ৰেছে পুনৰ পঞ্জাৱৰ শাসন দখল কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে। সেই লক্ষ্যৰে বুধবাৰে…

এন ই নাও নিউজ, গুৱাহাটী · July 3, 2026 9:08 am
Popular Stories

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

দুজন ভাল বন্ধু। দুয়োৰে এটা অপূৰ্ণ সপোন। সেই অপূৰ্ণ বাসনা পূৰণৰ লক্ষ্যত কোন বৰ্তি থাকিব? ক্রিষ্টিয়ানো ৰোনাল্ডো নে লুকা মড্ৰিচৰ কাৰ আজি…

এন ই নাও নিউজ, গুৱাহাটী · July 3, 2026 8:09 am
Popular Stories

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

ভাৰতীয় খাদ্যৰ সোৱাদ আৰু সুগন্ধিৰ কথা সমগ্ৰ বিশ্বতে বিখ্যাত। ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ দৰেই খাদ্যৰো আছে এক সুকীয়া পৰিচয়। কিন্তু আপুনি জানেনে যে…

এন ই নাও নিউজ, গুৱাহাটী · July 3, 2026 7:05 am
অসম

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

বিগত দুমাহ ধৰি মেডিকেল প্ৰৱেশ পৰীক্ষা NEETক লৈ উত্তাল হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষা। সেই…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 8:16 pm
Popular Stories

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

সাজ-পোছাকৰ কথা আহিলে তেওঁ সদায় সাহসী। অৱশ্যে উৰ্ফী জাভেদে নিজৰ জীৱনৰ কোনো বিষয়তে মাত মাতিবলৈ শংকা নকৰে। কিছুদিন আগতে উৰ্ফীয়ে কৈছিল যে…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 7:08 pm
Popular Stories

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

২০০৭ চনত ভাৰতলৈ দুমাহৰ বাবে ফুৰিবলৈ অহা এগৰাকী ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু বা পেৰাচাইট পোৱা গৈছে। ব্ৰিটেইনৰ সংবাদ মাধ্যমৰ মতে,…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 6:55 pm
Popular Stories

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

১৯৭২ চনৰ ২ জুলাইত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ছিমলা চুক্তি আজিও দুয়োখন দেশৰ মাজত শান্তিৰ এক শক্তিশালী আধাৰ। এই চুক্তি পাকিস্তানৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 5:58 pm