NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত: গণতন্ত্ৰক “এলিয়েন কনচেপ্ট” হিচাপে গণ্য কৰে পাকিস্তানে  

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিতৰ্কৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে পাকিস্তানৰ দূতক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰে যে পাকিস্তানে গণতন্ত্ৰক “এলিয়েন কনচেপ্ট”…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 5:24 pm
Popular Stories

কোকৰাঝাৰ বিস্ফোৰণঃ অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত সন্দেহযুক্ত মাওবাদী

কোকৰাঝাৰ জিলাৰ ৰে’লপথত শেহতীয়াকৈ সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ আঁৰত থকা বুলি অভিযোগ উত্থাপন হোৱা এজন সন্দেহযুক্ত মাওবাদীক শনিবাৰে আৰক্ষীৰ এনকাউণ্টাৰত…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 4:10 pm
Popular Stories

ছিডনী ক্ৰিকেট ষ্টেডিয়ামত ৰোহিত-কোহলীৰ বেটিং বিক্ৰম! দিশহাৰা কেংগাৰুবাহিনী

আজি ছিডনী ক্ৰিকেট ষ্টেডিয়ামত ৰোহিত শৰ্মাই নিজৰ ৩৩ সংখ্যক এদিনীয়া শতৰাণ সংগ্ৰহ কৰে। ৰোহিতৰ শতকে ২৫ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত ভাৰতক…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 3:54 pm
Popular Stories

পুনৰ বিতৰ্কৰ মাজত দেব’লাল গাৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ…

অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাসমূহত বৃদ্ধি পাইছে ৰাজনৈতিক উত্তেজনা। এন চি হিলছ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 3:20 pm
ক্ৰীড়া

ভাৰতলৈ নাহে লিয়নেল মেছি! কেৰালাত অনুষ্ঠিত হোৱাৰ কথা আছিল ফুটবল খেল

আৰ্জেণ্টিনাৰ ফুটবল দল তথা তাৰকা খেলুৱৈ লিয়নেল মেছিয়ে অহা মাহত কেৰালা ভ্ৰমণ নকৰে। ১৭ নৱেম্বৰত কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এখন…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 1:00 pm
অসম

এটা পৰিয়ালৰ বাবে বিক্ৰী কৰা হ’ব নেকি গুৱাহাটী বিশ্ববিদ্যালয়? ননী-শ্যামকানুৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাজু চেতিয়া ফুকনৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰধান অভিযুক্ত নৰ্থইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হোৱাৰ পিছতে তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 11:53 am
অসম

ফেচবুক কৰ্ণাৰ : বিজেপিৰ তথাকথিত জুবিন অনুৰাগীসকলে কাৰ পৰা ন্যায় বিচাৰিছে?

বিজেপিৰ তথাকথিত জুবিন অনুৰাগীসকলে কাৰ পৰা ন্যায় বিচাৰিছে আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিছে? আনক ৰাজনীতি কৰা বুলি কৈ অৱশেষত হিমন্ত বিশ্ব শৰ্মা…

অজিত কুমাৰ ভূঞা · October 25, 2025 10:44 am
অসম

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ উচিত তদন্ত-ন্যায়ৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীত মমশিখা সমদল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজপথত মমশিখা লৈ শান্তি সমদল কৰে। এই…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 8:26 am
জীৱনশৈলী

চুলি পকা সমস্যাৰ বাবে কেইটামান ঘৰুৱা উপায়

চাৰি চামুচ মেথি গুটি একাপ পানীত গোটেই ৰাতি তিয়াই থওক। পিছদিনা পুৱা গুটিবোৰ মিহিকৈ বটি পেষ্ট বনাওক। এই পেষ্টত দুই চামুচ নাৰিকল…

এন ই নাও নিউজ, গুৱাহাটী · October 25, 2025 6:45 am
অসম

নুনমাটি-দীঘলীপুখুৰী উৰণীয়া সেঁতুৰ সম্প্ৰসাৰণ : অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে

নুনমাটি-দীঘলীপুখুৰীৰ উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত আদালতৰ নিৰ্দেশ উলংঘা কৰিছে অসম চৰকাৰে। এই সম্পৰ্কত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে উচ্চ ন্যায়ালয়ে। সাংবাদিক মহেশ…

এন ই নাও নিউজ, গুৱাহাটী · October 24, 2025 10:23 pm