Author: এন ই নাও নিউজ, গুৱাহাটী
‘শান্তি আৰু ঐক্য বজাই ৰাখক’- সোনম ৱাংচুকৰ জেলৰ পৰাই অহিংসাৰ বাৰ্তা
লাডাখত হোৱা ‘গণ প্ৰতিবাদ’ত উচটনি দিয়াৰ অভিযোগত সমাজ কৰ্মী সোণম ৱাংচুকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে বিশিষ্ট…
নেপালত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বজ্ৰপাত : ১৯ জন লোকৰ মৃত্যু হয়
নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি নেপালত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ, ভূমিস্খলন, আৰু বজ্ৰপাতৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। নেপাল…
বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ: চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ২২.৭ লাখ মহিলা ভোটাৰ
বিহাৰত হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত ৰাজ্যখনৰ ২২.৭ লাখ মহিলা ভোটাৰৰ নাম আঁতৰোৱা হৈছে। ইয়াৰ ফলত বছৰৰ শেষৰ ফালে বিহাৰত হ’বলগীয়া বিধানসভা…
ফুটবলৰ ২০ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ পৰা লজ্জাজনক বিদায় ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ
চিলিত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ বিশ্বকাপত ব্ৰাজিলে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰেমন মেনেজেছৰ নেতৃত্বত ৫ বাৰৰ প্ৰাক্তন চেম্পিয়ন ব্ৰাজিলৰ ২০ বছৰ…
কেন্সাৰ নিৰাময়ৰ বাবে মূত্ৰাশয়ৰ অস্ত্ৰোপচাৰ; চেতনা ঘূৰি অহাৰ পিছত ব্যক্তিয়ে দেখিলে লিংগ আৰু অণ্ডকোষ নাই!
মূত্ৰাশয়ৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ থকা অৱস্থাত এজন লোকে লিংগ আৰু অণ্ডকোষ হেৰুৱাই পেলায়। আমেৰিকাৰ টেক্সাছৰ হাৰ্চেল ৰালছ নামৰ এজন লোকৰ মূত্ৰাশয়ৰ…
তিনি দিনতে ১৬০ কোটি টকা উপাৰ্জন ‘কান্তাৰা চেপ্টাৰ-১’ৰঃ ঋষভৰ অভিনয়ত পিছ পৰি ৰ’ল ছলমান, ৰামচৰণ
বক্স অফিচত খলকনি তুলিছে সদ্যমুক্তিপ্ৰাপ্ত কানাড়া ছবি ‘কান্তাৰা চেপ্টাৰ-১এ। দুটা দিনৰ অন্তত শনিবাৰে ঋষভ শ্বেট্টী অভিনীত ছবিখনে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে বছৰৰ অন্যতম…
আদানীক নতুন তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আৱণ্টনঃ NDA-ক সমালোচনা বিহাৰ কংগ্ৰেছৰ
কংগ্ৰেছ নেতা কানহায়া কুমাৰে শনিবাৰে (৪ অক্টোবৰ) নিৰ্বাচনমুখী বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰপাইন্টিত নিৰ্মাণ হ’বলগীয়া তাপ বিদ্যুৎ কেন্দ্ৰৰ কথা উল্লেখ কৰি চৰকাৰ ক্ষুৰধাৰ…
মধ্যপ্ৰদেশত কফ চিৰাপ সেৱন কৰি শিশুৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ চিকিৎসক
কফ চিৰাপ সেৱন কৰি বৃক্ক বিকল হোৱাৰ ফলত ১১টা শিশুৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষী সূত্ৰই…
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰমাৰ
আঠ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ ভাৰত ভ্ৰমণ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰমাৰে। এই ভ্ৰমণৰ সময়ত ষ্টাৰমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বিভিন্ন…
কোচিং চেণ্টাৰৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ; কমেও ২ জনৰ মৃত্যু, আঁৰত কূটাঘাত?
উত্তৰ প্ৰদেশৰ এটা কোচিং চেণ্টাৰৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত কমেও দুজন নিহত হৈছে। আহত আন সাতজন। উত্তৰ প্ৰদেশৰ…