NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। তেওঁ সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰত লিখিছে – “জুবিন গাৰ্গৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 6:25 pm
Popular Stories

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

অসমীয়া সংগীতত এক নিজস্ব ধাৰা সৃষ্টি কৰা  অসমৰ জনপ্ৰিয় সংগীত শিল্পী গৰাকীক হেৰুৱাই শোকোত ভাগি পৰিছে সকলো। ভাৰতীয় বিদেশ মন্ত্ৰালয়ে জুবিন গাৰ্গৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 5:55 pm
Popular Stories

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সাম্প্ৰতিক সময়ত দেশত এনে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে যিবিলাকত ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰি নিয়মীয়া পাঠদানক উপেক্ষা কৰি কেৱল NEET আৰু JEEৰ দৰে…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 4:27 pm
Popular Stories

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিনৰ দেহাৱসানৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। শৰ্মাই লিখিছে- এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত… আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 4:04 pm
Popular Stories

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃতুৰ খৱৰ সহজে ল’ব পৰা নাই অনুৰাগীয়ে। গুণমুগ্ধৰ মাজত কান্দোনৰ ৰোল। স্কুভা ড্রাইভিং কৰিবলৈ গৈ সাগৰত পৰিছিল জুবিন…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 3:37 pm
Popular Stories

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই জুবিন গাৰ্গ আৰু নাই। চিংগাপুৰত দুৰ্ঘটনাই কাঢ়ি নিলে মৰমৰ জুবিন গাৰ্গক। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 3:02 pm
অসম

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

বক্স অফিচত ধুমুহা, ছ’চিয়েল মিডিয়াত সাধাৰণ দৰ্শকৰ প্ৰশংসা আৰু সমালোচকৰ ইতিবাচক সমালোচনা; ২৮ আগষ্টত মুক্তি পোৱাৰ পিছৰে পৰা মালয়ালম ছবি ‘লোকাহ চেপ্টাৰ…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 12:49 pm
Popular Stories

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

বৃহস্পতিবাৰ অৰ্থাৎ ১৮ ছেপ্টেম্বৰত দিল্লীৰ আদালতে আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ (এ ই এল) বদনাম কৰাৰ অভিযোগত অভিযুক্ত চাৰিজন সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 11:59 am
অসম

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

পলাতক ব্যৱসায়ী তথা আই পি এলৰ প্ৰাক্তন মুৰব্বী ললিত মোডীৰ ভাতৃ সমীৰ মোডীক ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। বৃহস্পতিবাৰে সন্ধিয়া ইন্দিৰা…

এন ই নাও নিউজ, নতুন দিল্লী · September 19, 2025 11:26 am
Popular Stories

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

কনচাৰ্ট অৰ্থনীতিত মেঘালয়ৰ বিনিয়োগে অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কণ্ঠশিল্পীৰ কনচাৰ্ট অনুষ্ঠিত কৰাৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰাৰ নীতি অসম চৰকাৰেও গ্ৰহণ কৰিছে। বুধবাৰে (১৭…

এন ই নাও নিউজ, গুৱাহাটী · September 19, 2025 10:46 am