Author: এন ই নাও নিউজ, গুৱাহাটী
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৩ ছেপ্টেম্বৰত অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল)ত বায়’-ইথানল প্লাণ্ট উদ্বোধনৰ বাবে উত্তৰ-পূৰ্ব ভ্ৰমণৰ প্ৰস্তুতিৰ মাজত গোলাঘাট জিলাৰ স্থানীয় ৰাইজে…
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক
অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া উচ্চতম ন্যায়ালয়ে এৰিন পেটাৰছন নামৰ এগৰাকী মহিলাক শহুৰেক, শাহুৱেক আৰু ভনীয়েকক বিষাক্ত কাঠফুলা খুৱাই হত্যা কৰাৰ অপৰাধত তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ…
অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৫ চনৰ ৮ ছেপ্টেম্বৰ সোমবাৰে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱাৰ কথা ঘোষণা কৰি কয় যে অবৈধ অনুপ্ৰৱেশকাৰীক…
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত
নেপালৰ ৰাজধানী কাঠমাণ্ডুত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত চৰকাৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে সোমবাৰে হোৱা প্ৰতিবাদ হিংসাত্মক হৈ পৰাৰ ফলত কমেও ১৪ জন নিহত আৰু…
ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ
ঝাৰখণ্ডৰ বাওঁপন্থী উগ্ৰপন্থী গোট টিপিচিৰ সৈতে জড়িত ধন দাবীৰ গোচৰত ১৭ মে’ ২০২০ৰ পৰা ন্যায়িক জিম্মাত থকা অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ…
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান
জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সোমবাৰে সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন সেনা জোৱান আহত হৈছে। চাইনা কৰ্পছে এক্স পোষ্টত…
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক
কাঠমাণ্ডুৰ স্থানীয় প্ৰশাসনে নেপালৰ সংসদ ভৱন চৌহদকে ধৰি বিভিন্ন ঠাইত সান্ধ্য আইন জাৰি কৰিছে। নেপালী চৰকাৰে ২৬টা জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ…
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ
অসমৰ ৰাজনৈতিক মঞ্চত আজি আত্মপ্ৰকাশ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। মৰাণ জনজাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি সমগ্ৰ জনগণক সচেতন, সংৰক্ষণ, উন্নয়ন আৰু শক্তিশালী…
উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ
আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পূৰ্বে বাঁহৰ পৰা ৯৯.৭% বিশুদ্ধ ইথানল উৎপাদন কৰি প্ৰযুক্তিগত অগ্ৰগতি লাভ কৰিছে নুমলীগড় জৈৱ শোধনাগাৰে। ৩ ছেপ্টেম্বৰৰ এই সফল…
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী
চিপিআই(এম)ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক, কেৰালাৰ বাওঁ-গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ প্ৰাক্তন শিক্ষা-সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ এম এ বেবী দুদিনীয়া কাৰ্যসূচী…