Author: এন ই নাও নিউজ ব্যুৰো
৩১ জুলাই, ২০১৮ত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা
অসম অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পূৰ্বঘোষিত দিন আছিল ৩১ ডিচেম্বৰ। এতিয়া এই খচৰা প্ৰকাশৰ চূড়ান্ত দিন হ’ল অহা বষৰ্ৰ ৩১ জুলাই ।…
নগা ফ্ৰেমৱৰ্ক : নাহৰকটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ
নাহৰকটীয়া নাহৰকটীয়াৰ জয়পুৰত বৃহস্পতিবাৰে কংগ্ৰেছে নগা ফ্ৰেমৱৰ্ক চুক্তি বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে নাহৰকটীয়াৰ পৰা নামৰূপ সংযোগী পথটি অৱৰোধ কৰি…
২ কেজি চাউলৰ বাবে বৃদ্ধাক হত্যা
টেঙাখাত ২ কেজি চাউলৰ বাবে হত্যা কৰা হৈছে এগৰাকী বৃদ্ধাক। বিশ্বনাথৰ টেঙাখাতত সংঘটিত হৈছে এই ঘটনা। হত্যাৰ বলি হৈছে শান্তি মুণ্ডা নামৰ…
গৌৰীপুৰত ৰে’লে মহটিয়ালে যুৱকক
উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰেলে মহটিয়ালে যুৱকক। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই মৃত যুৱকজনৰ পৰিচয়।
মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু
গুৱাহাটী নাহৰফুটুকীৰ আক্ৰমণত আহত হৈ গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসাধীন হৈ থকা মহানগৰীৰ ধীৰেনপাৰাৰ এগৰাকী যুৱকৰ বৃহস্পতিবাৰে মৃত্যু হয়। যোৱা শনিবাৰে…
দিনটোৰ ছবি
১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সামৰণি
আজি সন্ধিয়া ৯.৩০ বজাত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা চলি থকা ১৯ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সামৰণি পৰে। অন্তিম…